Saturday, 29 May 2021

29 May, 2021গোলাঘাট জিলাৰ মৰঙি ৰাজহ চক্ৰৰ অধীনৰ গেৰুকানি গাঁৱত ২৩ জন লোক ক'ভিড 19ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত গাঁওখনক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে । অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

29 May, 2021

গোলাঘাট জিলাৰ মৰঙি ৰাজহ চক্ৰৰ অধীনৰ গেৰুকানি গাঁৱত ২৩ জন লোক ক'ভিড 19ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত গাঁওখনক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে । অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...