Monday, 31 May 2021

কেনছাৰৰ মূল কাৰক ধপাত ৷

 31 May, 2021


ধপাত" ধপাত দুটা ভাগত বিভক্ত কৰা হৈছে ৷ ধোঁৱা ওলোৱা আৰু নোলোৱা ধপাত ৷ বিড়ি; চিগাৰেট; চিগাৰ ; চিৰাট ; আদিৰ ধোঁৱা ওলায় ৷ আৰু গুটখা; জৰ্দা; পানমচলা ; বগা-কলা পাটচাদা ; তুলসী ; ৰজনীগন্ধা কমলাপচন আদি ধোঁৱা বিহীন ধপাত ৷ এই সমূহ আছলতে মানৱ শৰীৰৰ বাবে বৰবিহ ৷ ধপাত সেৱনকৰি বিশ্বত প্ৰতিবছৰে লক্ষাধিক লোকৰ মৃত্যু হয় ৷ কেনছাৰৰ মূল কাৰক ধপাত ৷


অসমত ২০০৭ চনত ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্রণ কোষ গঠন কৰা হয় ৷  আৰু আইন প্ৰণয়ন কৰি ধপাত সেৱনকাৰীৰ সংখ্যা ণিয়ণ্তনৰ ব্যৱস্থা কৰা হয় ৷ সোমবাৰে গোলাঘাটত ধপাত ণিয়ণ্তন কোষে ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্রণ দিৱস পালন কৰে ৷ জিলা সমল ব্যক্তি ডা° সুনীতা এক্কাৰ উদ্যোগত  গোলাঘাটৰ ক’ভীড-১৯ৰ এক প্ৰতিষেধক প্ৰদান চেণ্টাৰত ক’ভীড-১৯ নিয়ম মানি অনুস্থূপিয়াকৈ এই দিৱস পালন কৰি প্ৰতিষেধক গ্ৰহণৰ বাবে অহা লোকৰ মাজত প্ৰচাৰ প্ৰত্ৰিকা বিতৰণ কৰা হয় ৷ 


:::::কেমেৰাত বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা গোলাঘাট  নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

31 May, 2021Bed Available in Golaghat District

31 May, 2021

Bed Available in Golaghat District

31 May, 2021Golaghat Covid🦠 update

31 May, 2021

Golaghat Covid🦠 update

31 May, 2021List of beneficiaries of Pragyan Bharti Scheme of Govt of Assam

31 May, 2021

List of beneficiaries of Pragyan Bharti Scheme of Govt of Assam

31 May, 2021Distribution of Scooter under Pragyan Bharti Scheme of Govt of Assam

31 May, 2021

Distribution of Scooter under Pragyan Bharti Scheme of Govt of Assam

31 May, 2021ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক 01Jun 2021 কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।NORTHEAST NEWS INDIA

31 May, 2021

ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক 01Jun 2021 কাইলৈ  গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

NORTHEAST NEWS INDIA

31 May, 2021ধপাত ত্যাগ কৰাৰ বাবে সাহস, নিষ্ঠা আৰু প্ৰতিশ্ৰুতিৰ প্ৰয়োজন। ধপাতৰ বিৰুদ্ধে যুঁজৰ সৈতে সম্পৰ্কিত যিকোনো ধৰণৰ সহায়ৰ বাবে নিজ নিজ জিলা দলৰ সৈতে যোগাযোগ কৰক। World NoTobacco Day 2021

31 May, 2021

ধপাত ত্যাগ কৰাৰ বাবে সাহস, নিষ্ঠা আৰু প্ৰতিশ্ৰুতিৰ প্ৰয়োজন। ধপাতৰ বিৰুদ্ধে যুঁজৰ সৈতে সম্পৰ্কিত যিকোনো ধৰণৰ সহায়ৰ বাবে নিজ নিজ জিলা দলৰ সৈতে যোগাযোগ কৰক। 

World NoTobacco Day 2021

31 May, 2021আজিৰ World NoTobacco Day 2021, ধপাতৰ ফলত আমাৰ শৰীৰত হোৱা অতি ক্ষতিকাৰক প্ৰভাৱবোৰ চাওঁ আহক। এই COVID19 মহামাৰীৰ সময়ত ধপাত ত্যাগ কৰা বহুলোকৰ ফালৰ পৰা এইটো এটা অতি উৎসাহজনক ভঙ্গী। তেওঁলোকৰ মানসিক শক্তিক সমৰ্থন কৰিবলৈ হাত মিলাওঁ আহক।

31 May, 2021

আজিৰ World NoTobacco Day 2021, 
ধপাতৰ ফলত আমাৰ শৰীৰত হোৱা অতি ক্ষতিকাৰক প্ৰভাৱবোৰ চাওঁ আহক। 
এই COVID19 মহামাৰীৰ সময়ত ধপাত ত্যাগ কৰা বহুলোকৰ ফালৰ পৰা এইটো এটা অতি উৎসাহজনক ভঙ্গী। তেওঁলোকৰ মানসিক শক্তিক সমৰ্থন কৰিবলৈ হাত মিলাওঁ আহক।

31 May, 2021🦠 COVID-19 update in Dima Hasao District Date 30-05-2021

31 May, 2021

🦠 COVID-19 update in 
Dima Hasao District Date 30-05-2021

31 May, 2021Covid Update Assam Covid19 Assam and actions taken as on 30/05/2021.

31 May, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 30/05/2021.

Sunday, 30 May 2021

30 May, 2021COVID Vaccination Centres on 31st May 2021 in Sonitpur,Assam. Tomorrow no vaccination sites of 18+.National Health Mission,Assam Deputy Commissioner, Sonitpur Janasanyog, Sonitpur

30 May, 2021

COVID Vaccination Centres on 31st May 2021 in Sonitpur,Assam. 
Tomorrow no vaccination sites of 18+.
National Health Mission,Assam 
Deputy Commissioner, Sonitpur 
Janasanyog, Sonitpur

30 May, 2021Bed Available in Golaghat District

30 May, 2021

Bed Available in Golaghat District

30 May, 2021ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক 31 May2021 কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।NORTHEAST NEWS INDIA

30 May, 2021

ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক 31 May2021 কাইলৈ  গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

NORTHEAST NEWS INDIA

সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিশ্বজিৎ গগৈৰ এক প্ৰশংসনীয় পদক্ষেপ।

30 May, 2021

সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী  গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিশ্বজিৎ গগৈৰ এক  প্ৰশংসনীয় পদক্ষেপ।

তেওঁ বিগত  সাত দিন ধৰি  কভিডত আক্ৰান্ত হৈ গৃহবণ্দীত্বত থকা লোকসকলক সম্পূৰ্ণ ব্যক্তিগত ভাৱে পুষ্টিকৰ খাদ্য যোগান ধৰি আহিছে।লগতে তেওঁ পদপথত বাস কৰা লোকসকলকো এই ক’ভীড-১৯  মহামাৰীৰ সময়চোৱাত দুপৰীয়াৰ আহাৰ যোগান ধৰি আহিছে।উল্লেখযোগ্য যে তেওঁক এইক্ষেত্ৰত আছুৰ কেইবাজনো সদস্যই সহযোগীতা আগবঢ়াইছে। তেওঁৰ এই পদক্ষেপক গোলাঘাটৰ বিভিন্ন লোকে প্ৰশংসা কৰিছে আৰু সামাজিক মাধ্যমতো  যথেষ্ট
 চৰ্চা লাভ কৰিছে। :: 

প্ৰকাশ শৰ্মা গোলাঘাট  নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

কভীড ভাইৰাছৰ বাবেই ৰাজ্যখনৰ লগতে গোলাঘাটৰো গাডীৰ মালিক -চালক সকল বিপয্যৰ সন্মুখিন হৈছে ৷

 30 May, 2021


কভীড ভাইৰাছৰ বাবেই ৰাজ্যখনৰ লগতে গোলাঘাটৰো গাডীৰ মালিক -চালক সকল বিপয্যৰ সন্মুখিন হৈছে ৷


গোলাঘাটৰ ঊষা গৰঙাত তিনিআলিৰ বহু কেইজন ব্যক্তিয়ে গাড়ী ঋণত লৈ ভাড়া মাৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে আন পৰিয়ালকো সংস্থাপন দি আহিছে তেনে সময়তে ক'ভিড ১৯  প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যি সন্ধ্যা আইন প্ৰনয় কৰি আহিছে তাৰ ফলত গাড়ী সমূহে ভাড়া নোপোৱা ফলত ঋণ পৰিশোধ কৰিবলৈ অসুবিধা সন্মুখীন হৈ । কাৰণ বৰ্তমান ফাইন্সেচ কোম্পানীয়ে ঋণ পৰিশোধ কৰিবলৈ ফোন কৰি আছে । কিন্তু বৰ্তমান উপাৰ্জনৰ পথ নথকা বাবে এই ঋণ পৰিশোধ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। সেয়েহে বৰ্তমান সময়ত  ইয়াৰ পৰা চৰকাৰে এই কেইমাহ ৰেহাই দিবলৈ এই চালক  সকলে ৰেহাই কৰি দিবলৈ চৰকাৰক অনুৰোধ জনাইছে। ::


 ভিডিঅ জাৰ্নেলিষ্ট বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট  নিউজ ইণ্ডিয়া।

30 May, 2021Golaghat Covid🦠 update

30 May, 2021

Golaghat Covid🦠 update

30 May, 2021ক'ভিড ১৯ প্ৰতিষেধকপ্ৰশাসনে উক্ত স্হানসমূহত টিকাকৰণৰ ব্যৱস্হা কৰিছে৷ ইচ্ছুক ব্যক্তিয়ে এই সুবিধা গ্ৰহণ কৰিব পাৰিব৷ District Administration, Jorhat

30 May, 2021

ক'ভিড ১৯ প্ৰতিষেধক
প্ৰশাসনে  উক্ত স্হানসমূহত  টিকাকৰণৰ ব্যৱস্হা কৰিছে৷ ইচ্ছুক ব্যক্তিয়ে এই সুবিধা গ্ৰহণ কৰিব পাৰিব৷ 
District Administration, Jorhat

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

30 May, 2021

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
ক'ভিড-১৯ ৰ টীকাকৰণ অভিযানক জনআন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়োৱা ব্যক্তি তথা অনুষ্ঠানৰ প্ৰতি।

30 May, 2021🦠 COVID-19 update in Dima Hasao District date 29-05-2021

30 May, 2021

🦠 COVID-19 update in 
Dima Hasao District date 29-05-2021

30 May, 2021Covid Update Assam Covid19 Assam and actions taken as on 29/05/2021.

30 May, 2021

Covid Update Assam  

Covid19 Assam and actions taken as on 29/05/2021.

Saturday, 29 May 2021

29 May, 20212021 চনৰ 30 মে তাৰিখে অসমৰ শোনিতপুৰত কোভিড টিকাকৰণ কেন্দ্ৰ। কাইলৈ 18+ টিকাকৰণ স্থান নাই।প্ৰেচণ্ট কোভাক্সিন ভেকছিনত মজুত নাই। উপলব্ধ হোৱাৰ লগে লগে টিকাকৰণ (কভাক্সিন) পুনৰ আৰম্ভ কৰা হ'ব।ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম উপায়ুক্ত, শোনিতপুৰ জনসংযোগ, শোণিতপুৰ

29 May, 2021

2021 চনৰ 30 মে তাৰিখে অসমৰ শোনিতপুৰত কোভিড টিকাকৰণ কেন্দ্ৰ। 
কাইলৈ 18+ টিকাকৰণ স্থান নাই।
প্ৰেচণ্ট কোভাক্সিন ভেকছিনত মজুত নাই। উপলব্ধ হোৱাৰ লগে লগে টিকাকৰণ (কভাক্সিন) পুনৰ আৰম্ভ কৰা হ'ব।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম 
উপায়ুক্ত, শোনিতপুৰ 
 জনসংযোগ, শোণিতপুৰ

29 May, 2021মনোযোগ 📢!!! বৈধ পৰিচয় পত্ৰ প্ৰমাণ আৰু #onsite পঞ্জীয়নৰ #without 18-44 বছৰ বয়সৰ শ্ৰেণীত #COVID19 #vaccination বাবে #SOP!

29 May, 2021

মনোযোগ 📢!!! 

বৈধ পৰিচয় পত্ৰ প্ৰমাণ আৰু #onsite পঞ্জীয়নৰ #without 18-44 বছৰ বয়সৰ শ্ৰেণীত #COVID19 #vaccination বাবে #SOP!

Golaghat Drugs Paddler Arrested

 29 May, 2021


Slug: Golaghat Drugs Paddler Arrested


Oc:Vo:নিশা গোলাঘাটত ড্ৰাগ্সৰ বিৰুদ্ধে কঠোৰ অভিযান গোলাঘাট আৰক্ষীৰ l অভিযানত ২. ৫ গ্ৰাম ড্ৰাগ্স সহ এখন স্কুতী কৰায়ত্ত কৰিবলৈ সক্ষম গোলাঘাট আৰক্ষীৰ।শুক্ৰবাৰে নিশা গোলাঘাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰা নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গোলাঘাট নগৰ স্থিত  কুমাৰপট্টীৰ পৰা অভিষেক দাস নামৰ এটা ড্ৰাগছ ব্যৱসায়িকো ড্ৰাগ্স সহ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে l উল্লেখযোগ্য যে দিনক দিনে ড্ৰাগছে চানি ধৰিছে  গোলাঘাট জিলাত l ড্ৰাগছৰ কবলত পৰি নিজৰ জীবন নিজেই ধংস কৰিছে নব প্ৰজন্মই l পিচ পৰি ৰোৱা নাই গোলাঘাট আৰক্ষীয়ো। ইটোৰ পিছত সিতো ড্ৰাগছ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও একাংশ লোকে আৰক্ষীৰ চকুট ধুলি দি চলাই নিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় l


Byte: আৰক্ষী


Byte অভিষেক দাস


প্ৰকাশ শৰ্মা গোলাঘাট

নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

29 May, 2021ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক 30May2021 কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।NORTHEAST NEWS INDIA

29 May, 2021

ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক 30May2021 কাইলৈ  গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

NORTHEAST NEWS INDIA

29 May, 2021#ALERT📢16 COVID19 +ve active cases detected in Sagunbahi Grant, Kampur, Nagaon📢CONTAINMENT ZONE demarcated📢The order comes into force w.e.f. 29.05.2021 for 14 daysDirectorate of Information and Public Relations, AssamNagaon District

29 May, 2021

#ALERT
📢16 COVID19 +ve active cases detected in Sagunbahi Grant, Kampur, Nagaon
📢CONTAINMENT ZONE demarcated
📢The order comes into force w.e.f. 29.05.2021 for 14 days

Directorate of Information and Public Relations, Assam
Nagaon District

29 May, 2021Golaghat Covid🦠 update

29 May, 2021

Golaghat Covid🦠 update

29 May, 2021গোলাঘাট জিলাৰ মৰঙি ৰাজহ চক্ৰৰ অধীনৰ গেৰুকানি গাঁৱত ২৩ জন লোক ক'ভিড 19ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত গাঁওখনক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে । অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

29 May, 2021

গোলাঘাট জিলাৰ মৰঙি ৰাজহ চক্ৰৰ অধীনৰ গেৰুকানি গাঁৱত ২৩ জন লোক ক'ভিড 19ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত গাঁওখনক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে । অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

লখিমপুৰ জিলা বিভিন্ন ৰাজহুৱা স্থানত জিলা উপায়ুক্তৰ নিদ্দেশ মতে কভিড ১৯ পৰীক্ষা কৰা হয়।

 29 May, 2021


*লখিমপুৰ কভিড টেষ্ট* Date :- 29/5/21


## লখিমপুৰ জিলা বিভিন্ন ৰাজহুৱা স্থানত জিলা উপায়ুক্তৰ নিদ্দেশ মতে কভিড ১৯ পৰীক্ষা কৰা হয়।



## যান বাহন আৰক্ষী আৰু চিকিৎসালয়ৰ সহযোগত জিলা পৰিবহণ বিভাগৰ কাৰ্য্যালয়ৰ দ্বাৰা বজাৰ, বাছ আস্থান আৰু ৰেলোৱাৰী ষ্টেচন আদি ৰাজহুৱা স্থানত কভিড ১৯ পৰীক্ষা কৰে।


## দিনটোত প্ৰায় ৫০০ লোকৰ পৰীক্ষা কৰাৰ লক্ষ্য বিভাগীয় লোকৰ।


## বত্তৰ্মানলৈকে ৬০ জন লোকৰ পৰীক্ষা কৰা হয়।


## ইয়াৰে ভিতৰত চাৰি জন লোকৰ দেহত ধৰা পৰিছে কভিড ১৯

Byte :-


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

29 May, 2021

29 May, 2021

29 May, 2021🦠 COVID-19 update in Dima Hasao Dist date 28-05-2021

29 May, 2021

🦠 COVID-19 update in Dima Hasao Dist date 28-05-2021

29 May, 2021Assam Covid Update Covid19 Assam and actions taken as on 28/05/2021.

29 May, 2021

Assam Covid Update 

Covid19 Assam and actions taken as on 28/05/2021.

Friday, 28 May 2021

28 May, 2021COVID19 Vaccination Centres on 29th May 2021 in Sonitpur,Assam.

28 May, 2021

COVID19 Vaccination Centres on 29th May 2021 in Sonitpur,Assam.

আজিৰ সন্ধ্যাৰ এটা গুৰুত্বপূৰ্ণ পশ্ন:- মানৱ পৃথিবীলৈ আহে জীৱ ৰূপে। এজন মানৱৰ পৃথিবীত কি কৰ্ম হোৱা উচিত?

আজিৰ সন্ধ্যাৰ এটা গুৰুত্বপূৰ্ণ পশ্ন:-
 মানৱ পৃথিবীলৈ আহে জীৱ ৰূপে। এজন মানৱৰ পৃথিবীত কি কৰ্ম হোৱা উচিত?

কভিডৰ ভয়াৱহতাৰ মাজতে লখিমপুৰত আৰক্ষীৰ জালত পৰিল তেজৰ দালাল

 28 May, 2021


Lakhimpur _BLOOD DALAL ::


## লখিমপুৰত ইটোৰ পিছত সিটাে দালাল আৰক্ষী জালত।


## এইবাৰ নকল টকা বা নকল সোণৰ দালাল নহয়।


## এইবাৰ আৰক্ষী জালত তেজৰ দালাল।


## কভিডৰ ভয়াৱহতাৰ মাজতে লখিমপুৰত আৰক্ষীৰ জালত পৰিল  তেজৰ দালাল 



## তেজৰ এক ইউনিটট 20 হাজাৰকৈ দাবী কৰিছিল এই দালাল টোৱে।


## টিম হিউমিনিতি নামৰ ৰক্তদান কৰা  সেস্বাসেবী সংস্থাটোৰ তৎপৰতাত পোহৰলৈ আহে লখিমপুৰত চলি থকা তেজৰ কলা ব্যৱসায়ৰ কথা।


##  গোপন খবৰৰ ভিত্তিত টিম হিউমিনিটিয়ে চলোৱা অনুসন্ধানত পোহৰলৈ আহে এই সমগ্ৰ ঘটনা।


## আৰু এই টিম হিউমিনিতি নামৰ সংস্থাটোৰ তৎপৰতাত মুজাম্মিল আলী নামৰ দালাল টোক নিজ বাসগৃহৰ পৰা আটক কৰে লখিমপুৰ আৰক্ষীয়ে।


##  আৰক্ষীৰ অনুসন্ধানত এই চক্ৰটোৰ বহু সদস্যৰ লগতে একাংশ চিকিৎসালয়ত কৰ্মৰত কৰ্মচাৰীও জালত পৰাৰ সম্ভাৱনা অধিক।

Byte :-


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাটত ব্যৱসায়ীয়ে অতিৰিক্ত দামত সামগ্ৰী বিক্ৰী কৰিলে, মূল্য আৰু মজুত সূচী আঁৰি নথ'লে গ্ৰহণ কৰা হ'ব কঠোৰ আইনী ব্যৱস্থা

28 May, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৮০/২০২১

গোলাঘাটত ব্যৱসায়ীয়ে অতিৰিক্ত দামত সামগ্ৰী বিক্ৰী কৰিলে, মূল্য আৰু মজুত সূচী আঁৰি নথ'লে গ্ৰহণ কৰা হ'ব কঠোৰ আইনী ব্যৱস্থা

পাইকাৰী আৰু খুচুৰা বিক্রেতাসকলে নিত্য প্ৰয়োজনীয় সামগ্ৰী বিক্ৰী কৰোতে গ্ৰাহকক দিব লাগিব ৰচিদ

আসন্ন বাৰিষাৰ সময়ছোৱাৰ বাবে সকলো নিত্য প্ৰয়োজনীয় সামগ্ৰী মজুত ৰাখিবলৈ জিলা প্ৰশাসনৰ নিৰ্দেশ

গোলাঘাট, ২৮ মে' : গোলাঘাট জিলাত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম বৃদ্ধি সংক্ৰান্তত কালি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয় । অতিৰিক্ত উপায়ুক্ত মুন গগৈৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে আসন্ন বাৰিষাৰ সময়ছোৱাৰ বাবে সকলো নিত্য প্ৰয়োজনীয় সামগ্ৰী মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে । পাইকাৰী আৰু খুচুৰা বিক্রেতাসকলে বিক্ৰী আৰু মিলাৰসকলে তেওঁলোকৰ সামগ্ৰীৰ সম্পূৰ্ণ তথ্য দৈনিক ৰাজহুৱা নকৰিলে কৃত্ৰিম নাটনি তথা বেআইনী ভাৱে মজুত ৰখা বুলি গণ্য কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সভাত সিদ্ধান্ত লোৱা হয় । এইক্ষেত্ৰত চেম্বাৰ্ছ অৱ কমাৰ্চ, গোলাঘাটৰ সম্পাদকে অৱগত কৰায় যে সকলো পাইকাৰী আৰু খুচুৰা বিক্রেতাই নিৰ্ধাৰিত মূল্যসূচীৰ ফলক আঁৰি থ'ব লাগিব । সামগ্ৰীৰ মজুত কম থাকিলে অথবা অভাৱ হ'লে সংশ্লিষ্ট বিষয়াৰ সৈতে যোগাযোগ কৰিব লাগিব । কিন্তু কোনো কাৰণতে ব্যৱসায়ীয়ে অধিক মুনাফা আদায় কৰিব নোৱাৰিব । সভাত যোগান বিভাগে সকলো মাহজাতীয় সামগ্ৰীৰ মানৰ ওপৰত ভিত্তি কৰি মূল্য নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । লগতে আলু-পিয়াঁজৰ বহিঃৰাজ্যৰ পৰা অহা বাহনসমূহৰ লোকসকলৰ লগতে পাইকাৰী আৰু খুচুৰা বিক্রেতাসকলক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণৰ বিষয়টোত গুৰুত্ব আৰোপ কৰা হয় । সভাত যোগান বিভাগৰ পৰিদৰ্শকে কয় যে অত্যাৱশ্যকীয় সামগ্ৰীসমূহত চৰকাৰী নিৰ্দেশ অনুসৰি পাইকাৰী বিক্রেতাসকলে ২.৫ শতাংশ আৰু খুচুৰা বিক্রেতাসকলে ৬ শতাংশ মুনাফা আদায় কৰিব পাৰে । ব্যৱসায়ীয়ে অতিৰিক্ত দামত সামগ্ৰী বিক্ৰী কৰিলে, মূল্য আৰু মজুত সূচী আঁৰি নথ'লে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সভাত সিদ্ধান্ত লোৱা হয় । সভাত পৰিদৰ্শকে জনায় যে পাইকাৰী আৰু খুচুৰা বিক্রেতাসকলে নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ বিক্ৰী কৰোতে গ্ৰাহকক ৰচিদ দিব লাগিব । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

28 May, 2021

28 May, 2021Golaghat Covid🦠 update

28 May, 2021

Golaghat Covid🦠 update

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...