Monday, 31 May 2021

কেনছাৰৰ মূল কাৰক ধপাত ৷

 31 May, 2021


ধপাত" ধপাত দুটা ভাগত বিভক্ত কৰা হৈছে ৷ ধোঁৱা ওলোৱা আৰু নোলোৱা ধপাত ৷ বিড়ি; চিগাৰেট; চিগাৰ ; চিৰাট ; আদিৰ ধোঁৱা ওলায় ৷ আৰু গুটখা; জৰ্দা; পানমচলা ; বগা-কলা পাটচাদা ; তুলসী ; ৰজনীগন্ধা কমলাপচন আদি ধোঁৱা বিহীন ধপাত ৷ এই সমূহ আছলতে মানৱ শৰীৰৰ বাবে বৰবিহ ৷ ধপাত সেৱনকৰি বিশ্বত প্ৰতিবছৰে লক্ষাধিক লোকৰ মৃত্যু হয় ৷ কেনছাৰৰ মূল কাৰক ধপাত ৷


অসমত ২০০৭ চনত ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্রণ কোষ গঠন কৰা হয় ৷  আৰু আইন প্ৰণয়ন কৰি ধপাত সেৱনকাৰীৰ সংখ্যা ণিয়ণ্তনৰ ব্যৱস্থা কৰা হয় ৷ সোমবাৰে গোলাঘাটত ধপাত ণিয়ণ্তন কোষে ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্রণ দিৱস পালন কৰে ৷ জিলা সমল ব্যক্তি ডা° সুনীতা এক্কাৰ উদ্যোগত  গোলাঘাটৰ ক’ভীড-১৯ৰ এক প্ৰতিষেধক প্ৰদান চেণ্টাৰত ক’ভীড-১৯ নিয়ম মানি অনুস্থূপিয়াকৈ এই দিৱস পালন কৰি প্ৰতিষেধক গ্ৰহণৰ বাবে অহা লোকৰ মাজত প্ৰচাৰ প্ৰত্ৰিকা বিতৰণ কৰা হয় ৷ 


:::::কেমেৰাত বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা গোলাঘাট  নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...