30 May, 2021
কভীড ভাইৰাছৰ বাবেই ৰাজ্যখনৰ লগতে গোলাঘাটৰো গাডীৰ মালিক -চালক সকল বিপয্যৰ সন্মুখিন হৈছে ৷
গোলাঘাটৰ ঊষা গৰঙাত তিনিআলিৰ বহু কেইজন ব্যক্তিয়ে গাড়ী ঋণত লৈ ভাড়া মাৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে আন পৰিয়ালকো সংস্থাপন দি আহিছে তেনে সময়তে ক'ভিড ১৯ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যি সন্ধ্যা আইন প্ৰনয় কৰি আহিছে তাৰ ফলত গাড়ী সমূহে ভাড়া নোপোৱা ফলত ঋণ পৰিশোধ কৰিবলৈ অসুবিধা সন্মুখীন হৈ । কাৰণ বৰ্তমান ফাইন্সেচ কোম্পানীয়ে ঋণ পৰিশোধ কৰিবলৈ ফোন কৰি আছে । কিন্তু বৰ্তমান উপাৰ্জনৰ পথ নথকা বাবে এই ঋণ পৰিশোধ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। সেয়েহে বৰ্তমান সময়ত ইয়াৰ পৰা চৰকাৰে এই কেইমাহ ৰেহাই দিবলৈ এই চালক সকলে ৰেহাই কৰি দিবলৈ চৰকাৰক অনুৰোধ জনাইছে। ::
ভিডিঅ জাৰ্নেলিষ্ট বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
No comments:
Post a Comment
Welcome Northeast News India