Friday, 26 March 2021

ভোটগ্ৰহণ কেন্দ্ৰলৈ ইভিএম নিয়াৰ সময়তে আজি গোলাঘাটৰ পুলিবৰ হাইস্কুলৰ ফিল্ডত এক অবাঞ্চিত ঘটনা সংঘটিত হয়

 26 March, 2021


ভোটগ্ৰহণ কেন্দ্ৰলৈ ইভিএম নিয়াৰ সময়তে আজি গোলাঘাটৰ পুলিবৰ হাইস্কুলৰ ফিল্ডত এক অবাঞ্চিত ঘটনা সংঘটিত হয়


৯৬ নং খুমটাই  সমষ্টিৰ ভোত কেন্দ্ৰ সমূহলৈ গাড়ীৰ যোগে ভোতিংমেচিন সমূহ প্ৰেৰণ কৰা  সময়তে খুমটাইৰ আৰক্ষী চকীৰ বিষয়া ৰঞ্জিত শইকীয়া হঠাতে ফিল্ডতেই ঢ়লিপৰে ৷ তেওক লগেলগে গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ সম্প্ৰতি তেওক আই চি ইউত ভৰ্ত্তি কৰোৱা হৈছে ৷ ::  :: 


প্ৰকাশ শৰ্মা গোলাঘাট

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...