Friday, 26 March 2021

২৭ মাৰ্চত হবলগা প্ৰথমপয্যায়ৰ ভোট গ্ৰহণৰ বাবে আজি

 26 March, 2021


২৭ মাৰ্চত হবলগা প্ৰথমপয্যায়ৰ ভোট গ্ৰহণৰ বাবে আজি


৯৫ নং গোলাঘাট আৰু ৯৬ নং খুমটাই সমষ্টিৰ ভোটকেন্দ্ৰ সমূহলৈ নিযোজিত   বিষয়া কৰ্মচাৰীসকল ৰাওনা হৈছে ৷জিলা প্ৰশাসনে সু পৰিকল্পিত ভাবে  গোলাঘাটৰ

 বগৰিজেং ফিল্ড আৰু পুলিবৰ হাইস্কুলৰ ফিল্ডৰ পৰা দুয়োটা সমষ্টিৰ ভোত কেন্দ্ৰ সমূহলৈ গাড়ীৰ যোগে ভোতিংমেচিন সমূহ প্ৰেৰণ কৰা দেখা গৈছে ৷ অৱশ্যে এই ব্যৱস্থাতো সামাণ্য ক্ৰতি ৰৈ যোৱাবুলি এজন বিষয়াই মন্তব্য কৰিলে :: 


প্ৰকাশ শৰ্মা গোলাঘাট

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...