Sunday, 14 February 2021

13 February, 2021 গোলাঘাটত পাৰ্লাৰ ফেচিয়েল কৰি বিপদত পৰিল দন্ত চিকিৎসক । গোলাঘাট চান্দমাৰী দন্ত চিকিৎসক লিজা দেৱী ভগ্নী বিবাহ অনুষ্ঠানৰ বাবে গৈছিল গোলাঘাট KAYA UNISEX পাৰ্লাৰত । পাৰ্লাৰত ফেচিয়েল কৰি থকা অৱস্থাত সংঘটিত হ'ল ভয়ংকৰ ঘটনা । ফেচিয়েল কৰি থকা অৱস্থাত WATER STEEMER উন্নত মানদণ্ড ব্যৱহাৰ নকৰা আৰু কৰ্মচাৰী অমনোযোগিতাৰ ফলত গৰম পানী পৰি লিজা দেৱীৰ মুখমণ্ডলৰ সম্পূৰ্ণৰূপে পুৰি যায় । ভগ্নী বিবাহৰ পূৰ্বে পাৰ্লাৰ এনে কাৰ্য সংঘটিত হোৱাত সমস্যাত পৰে লিজা দেৱীৰ পৰিয়াল । ডিব্ৰুগড়ত চিকিৎসা কৰি ডা: লিজা দেৱী কিছু সুস্থ হৈছে যদিও ৬ মাহৰ বাবে ঘৰতে থকাৰ পৰামৰ্শ দিছে চিকিৎসকে । ডা: লিজা দেৱী গোলাঘাট চাৰিঙ্গিয়া চৰকাৰী চিকিৎসালয় চিকিৎসক তথা তেওঁৰ নিজা ক্লিনিকত কৰ্ম সম্পাদন কৰাত অসুবিধাত পৰিছে । অৱশেষত বুৰ্খা চিলাই বুৰ্খা পৰিধান কৰি চিকিৎসা সেৱা কৰাৰ সিদ্ধান্ত লৈছে লিজা দেবীয়ে ৷ গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 13 February, 2021


গোলাঘাটত পাৰ্লাৰ ফেচিয়েল কৰি বিপদত পৰিল দন্ত চিকিৎসক । গোলাঘাট চান্দমাৰী দন্ত চিকিৎসক লিজা দেৱী ভগ্নী বিবাহ অনুষ্ঠানৰ বাবে গৈছিল গোলাঘাট KAYA UNISEX  পাৰ্লাৰত । পাৰ্লাৰত ফেচিয়েল কৰি থকা অৱস্থাত সংঘটিত হ'ল ভয়ংকৰ ঘটনা । ফেচিয়েল কৰি থকা অৱস্থাত WATER STEEMER      উন্নত মানদণ্ড ব্যৱহাৰ নকৰা আৰু কৰ্মচাৰী অমনোযোগিতাৰ ফলত গৰম পানী পৰি লিজা দেৱীৰ মুখমণ্ডলৰ সম্পূৰ্ণৰূপে পুৰি যায় । ভগ্নী বিবাহৰ পূৰ্বে পাৰ্লাৰ এনে কাৰ্য সংঘটিত হোৱাত  সমস্যাত পৰে লিজা দেৱীৰ পৰিয়াল । ডিব্ৰুগড়ত চিকিৎসা কৰি ডা: লিজা দেৱী কিছু সুস্থ হৈছে যদিও ৬ মাহৰ বাবে ঘৰতে থকাৰ পৰামৰ্শ দিছে চিকিৎসকে ।  ডা: লিজা দেৱী গোলাঘাট চাৰিঙ্গিয়া চৰকাৰী চিকিৎসালয় চিকিৎসক তথা তেওঁৰ নিজা ক্লিনিকত কৰ্ম সম্পাদন কৰাত অসুবিধাত পৰিছে । অৱশেষত বুৰ্খা চিলাই বুৰ্খা পৰিধান কৰি চিকিৎসা সেৱা কৰাৰ সিদ্ধান্ত লৈছে লিজা দেবীয়ে ৷


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...