Sunday, 14 February 2021

14 February, 2021 ভেলেণ্টাইনদেত মত্যৰ যুৱতীক পলুৱাই কিহ’ল দেৱৰাজ ইন্দ্ৰৰ ? ১৪ নৱেম্বৰদিনা পালনকৰা হয় ভেলেণ্টাইনদে হিছাপে ৷ এই দিনটোত ম’বাইলত ফেচবুকযোগে প্ৰেমত মত্যৰ সুন্দৰীৰসৈত্যে প্ৰেমত পৰি পৃথিৱীলৈ আহিল দেৱৰাজ ইন্দ্ৰ প্ৰেমীকাক বাইকত উঠাই গোলাঘাটৰ বাটাচাৰ্কোলত এক পথাচাৰিক খুন্দিয়াই শলঠেকত পৰিল দেৱৰাজ ৷ এইয়া আছলতে এক নাটক হে ৷ গোলাঘাট পৰিবহন বিভাগে ৩২ তম পথ নিৰাপত্তা মাহৰ অন্তিম দিনত অনুষ্ঠিত কৰিলে গই সজাগতামূলক বাটৰ নাট খনি ৷ গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 14 February, 2021


ভেলেণ্টাইনদেত মত্যৰ যুৱতীক পলুৱাই কিহ’ল দেৱৰাজ ইন্দ্ৰৰ ?


১৪ নৱেম্বৰদিনা পালনকৰা হয় ভেলেণ্টাইনদে হিছাপে ৷ এই দিনটোত ম’বাইলত ফেচবুকযোগে প্ৰেমত মত্যৰ সুন্দৰীৰসৈত্যে প্ৰেমত পৰি পৃথিৱীলৈ আহিল দেৱৰাজ ইন্দ্ৰ প্ৰেমীকাক বাইকত উঠাই

 গোলাঘাটৰ বাটাচাৰ্কোলত এক পথাচাৰিক খুন্দিয়াই শলঠেকত পৰিল দেৱৰাজ ৷

এইয়া আছলতে এক নাটক হে ৷ গোলাঘাট পৰিবহন বিভাগে ৩২ তম পথ নিৰাপত্তা মাহৰ অন্তিম দিনত অনুষ্ঠিত কৰিলে গই সজাগতামূলক বাটৰ নাট খনি ৷


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India