Friday, 28 August 2020

28 August, 2020 Golaghat Woman -wine এই গৰাকী বাইদেউক মনকৰক ভালদৰে । সুৰাসক্ত ৰ মাজত এও জনপ্ৰিয় কলিতানি বাইদেউ বুলি। গোলাঘাট চহৰৰ জ্যোতি নগৰৰ বাসিন্দা এই গৰাকী বাইদেৱে সুদীৰ্ঘদিন ধৰি নিজৰ ঘৰতে চলাই আহিছে এখন অবৈধ বাৰ । প্ৰাপ্ত অভিযোগ মতে পুৱাৰে পৰা মাজ নিশালৈকে বাইদেউৰ ঘৰ ভৰি থাকে মদাহীৰে। বাইদেউৰ দুগৰাকী কন্যাই মাছ মাংস ৰান্ধি চাকনা বনাই মদাহীক যোগান ধৰে আৰু মদাহীয়ে মদৰ সৈতে তপালি খায়। পুৱাৰে পৰা বাইদেউৰ ঘৰৰ সমুখভাগ গাড়ী বাইক আদিৰে গিজগিজাই থাকে । কোনো কোনোৱে আকৌ গুলাপী নিচাতে নিশাটোও বাইদেঊৰ ঘৰতে থাকি যায়। অভীযোগ অনুসৰি কেৱল সাধাৰণ মদাহীয়েই নহয় , সম্ভান্ত পৰিয়ালৰ বহু লোকো প্ৰায়ে বাইদেউক অবৈধ বাৰত ভীৰ কৰেহি। এনেকৈয়ে কলিতানি বাইদেউৰ ব্যৱসায় ঠিকমতে চলি আছিল। কিন্তু মঙ্গলবাৰে দিনটো বাইদেউৰ বাবে আছিল অমঙ্গলীয়া দিন । বাইদেউৰ ঘৰলৈ সঘনে অহা এজন মদাহীয়ে নিজৰ পৰিয়াল এৰি বাইদেউৰ ঘৰতে থিতাপি লৈছিল ৷ মদাহীৰ পৰিবাৰে বহুদিন ধৰি কথাটো মন কৰি আছিল। মঙ্গলবাৰে তেওঁ আৰক্ষীৰ কাষ চাপে আৰু সবিশেষ জানিবলৈ দিয়ে। নিশা লৈ কলিতা বাইদেউৰ অবৈধ বাৰত চলিল আৰক্ষীৰ অভিযান। হাতে লোকে ধৰা পৰিল আঠজন একেবাৰে খাতি মদাহী। ইয়াৰ মাজত এজন শিক্ষকো আছে। এতিয়া বাইদেউ ৰঙাঘৰত। এতিয়া শুনো আহক অভিযোগ কাৰী মহিলা গৰাকীয়ে কিনো কয়।:: প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷

 28 August, 2020


Golaghat Woman -wine এই গৰাকী বাইদেউক মনকৰক ভালদৰে । সুৰাসক্ত ৰ মাজত এও জনপ্ৰিয় কলিতানি বাইদেউ  বুলি।

গোলাঘাট চহৰৰ জ্যোতি নগৰৰ বাসিন্দা এই গৰাকী বাইদেৱে সুদীৰ্ঘদিন ধৰি নিজৰ ঘৰতে চলাই আহিছে এখন অবৈধ বাৰ । প্ৰাপ্ত অভিযোগ মতে পুৱাৰে পৰা মাজ নিশালৈকে বাইদেউৰ ঘৰ ভৰি থাকে মদাহীৰে। বাইদেউৰ  দুগৰাকী কন্যাই মাছ মাংস ৰান্ধি চাকনা বনাই  মদাহীক যোগান ধৰে আৰু মদাহীয়ে মদৰ সৈতে তপালি খায়। পুৱাৰে পৰা বাইদেউৰ ঘৰৰ সমুখভাগ গাড়ী বাইক  আদিৰে গিজগিজাই থাকে । কোনো কোনোৱে আকৌ গুলাপী নিচাতে নিশাটোও বাইদেঊৰ ঘৰতে থাকি যায়। অভীযোগ অনুসৰি কেৱল সাধাৰণ মদাহীয়েই নহয় , সম্ভান্ত পৰিয়ালৰ বহু লোকো প্ৰায়ে বাইদেউক অবৈধ বাৰত ভীৰ কৰেহি।  এনেকৈয়ে কলিতানি বাইদেউৰ ব্যৱসায় ঠিকমতে চলি আছিল। কিন্তু মঙ্গলবাৰে দিনটো বাইদেউৰ বাবে আছিল অমঙ্গলীয়া দিন । বাইদেউৰ ঘৰলৈ সঘনে অহা এজন মদাহীয়ে নিজৰ পৰিয়াল এৰি বাইদেউৰ ঘৰতে থিতাপি লৈছিল ৷  মদাহীৰ পৰিবাৰে বহুদিন ধৰি কথাটো মন কৰি আছিল। মঙ্গলবাৰে তেওঁ আৰক্ষীৰ কাষ চাপে আৰু সবিশেষ জানিবলৈ দিয়ে। নিশা লৈ কলিতা বাইদেউৰ অবৈধ বাৰত চলিল আৰক্ষীৰ অভিযান।  হাতে লোকে ধৰা পৰিল আঠজন একেবাৰে খাতি মদাহী। ইয়াৰ মাজত এজন শিক্ষকো আছে। এতিয়া বাইদেউ ৰঙাঘৰত। এতিয়া শুনো আহক অভিযোগ কাৰী মহিলা গৰাকীয়ে কিনো কয়।:: প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...