Wednesday, 29 July 2020
28 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে। বিহপুৰীয়া সমষ্টিৰ পাছতে লখিমপুৰ জিলাৰ ন-আলি বালিঘাটত সতীৰ্থ মন্ত্ৰী শ্ৰী কেশৱ মহন্ত, শ্ৰী নৱ কুমাৰ দলে আৰু সাংসদ শ্ৰী প্ৰদান বৰুৱাৰ সৈতে উপস্থিত হৈ সোৱণশিৰি নৈৰ গৰাখহনীয়া পৰ্যবেক্ষণ কৰে আৰু গৰাখহনীয়া প্ৰতিৰোধী ব্যৱস্থা ক্ষিপ্ৰতৰ কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে। এই প্ৰতিকূল সময়ত আমাৰ চৰকাৰে ৰাইজৰ মাজত থাকি ৰাইজৰ সুৰক্ষাৰ বাবে সকলোধৰণৰ পদক্ষেপ যুদ্ধকালীন তৎপৰতাৰে তদাৰক কৰিছে বুলি মত ব্যক্ত কৰে।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
জনসংযোগ, গোলাঘাট *সুলভ মূল্যৰ এজেণ্টসকলক প্ৰবঞ্চকৰ পৰা সতৰ্ক হ'বলৈ আহ্বান* *ভুৱা ফোন কলেৰে ধন দাবী কৰা প্ৰবঞ্চকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব...
-
গোলাঘাটৰ বিশিষ্ট শিল্পী, সুনিপুন তবলা বাদক হিমেন দাসৰ বিয়োগত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ । এটা দুৰ্ঘটনাত পতিত হৈ আজি মৃত্যুক আঁকোৱালি লোৱা শি...







No comments:
Post a Comment
Welcome Northeast News India