Tuesday, 28 July 2020
28 July, 2020 লখিমপুৰৰ পানীগাঁৱত নিৰ্মীয়মান ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ইণ্ডোৰ ষ্টেডিয়াম পৰিদর্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে । কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত এই প্ৰকল্পটোত তেখেতে অনুমোদন জনাইছিল। মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী নৱ কুমাৰ দলে, শ্ৰী কেশৱ মহন্ত, সাংসদ শ্ৰী প্ৰদান বৰুৱাৰ লগতে অন্যান্য বিষয়ববীয়া পৰিদৰ্শনকালত উপস্থিত আছিল।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...






No comments:
Post a Comment
Welcome Northeast News India