Monday, 29 June 2020
29 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে গুৱাহাটীত অসম মন্ত্ৰী পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰে। আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। # 'আত্মনিৰ্ভৰ অসম'ৰ লক্ষ্যক এক নতুন গতি প্ৰদান কৰি সিদ্ধান্ত লোৱা হয় যে- নতুন ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ স্থাপনৰ ক্ষেত্ৰত তিনি বছৰৰ বাবে অনুমতিৰ প্ৰয়োজন নহ'ব। # অসমৰ মাজেৰে আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক বাণিজ্যক উদগনি যোগোৱাৰ বাবে যোগীঘোপাৰ অশোক কাগজ কলৰ ২০০ একৰ ভূমি International Multi Modal Logistic Park-ৰ ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে। # পঞ্চদশ বিত্ত আয়োগৰ অনুদান গাঁও পঞ্চায়তৰ বাবে ৭০%, আঞ্চলিক পঞ্চায়তৰ বাবে ১৫% আৰু জিলা পৰিষদৰ বাবে ১৫% অনুপাতত আৱণ্টিত হ'ব। # ক'ভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰু দেশৰ অন্য প্ৰান্তৰ শৈক্ষিক বৰ্ষৰ সৈতে সমপৰ্যায়ত অসমৰো শৈক্ষিক বৰ্ষ জানুৱাৰী-ডিচেম্বৰৰপৰা এপ্ৰিল-মাৰ্চলৈ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
জনসংযোগ, গোলাঘাট *সুলভ মূল্যৰ এজেণ্টসকলক প্ৰবঞ্চকৰ পৰা সতৰ্ক হ'বলৈ আহ্বান* *ভুৱা ফোন কলেৰে ধন দাবী কৰা প্ৰবঞ্চকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব...
-
গোলাঘাটৰ বিশিষ্ট শিল্পী, সুনিপুন তবলা বাদক হিমেন দাসৰ বিয়োগত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ । এটা দুৰ্ঘটনাত পতিত হৈ আজি মৃত্যুক আঁকোৱালি লোৱা শি...
No comments:
Post a Comment
Welcome Northeast News India