Monday, 29 June 2020

29 Jun, 2020 প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ দ্বিতীয় কিস্তিৰ বিশেষ পেকেজৰ অধীনত পুঁজি মুকলি কৰি দিছে । এই অনুসৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে ৮,৪৮,৬৪২ গৰাকী হিতাধিকাৰীক ৫০০ টকাকৈ বিশেষ অৰ্থ সাহায্য পোনপটীয়াকৈ বেংক একাউণ্টযোগে প্ৰদান কৰিছে।


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...