Monday, 29 June 2020
29 Jun, 2020 জাননী: ৰাজ্যৰ বিভিন্ন অগ্ৰণী বাতৰি কাকতত প্ৰকাশিত যোৱা ০৬-০৬-২০২০ তাৰিখৰ বিজ্ঞাপন 'অসম সাংবাদিক পেঞ্চন আঁচনি ২০২০-২১'ৰ বাবে আবেদন কৰাৰ অন্তিম দিনৰ সময়সীমা ২০ জুলাইলৈকে (কাৰ্য্যালয়ৰ সময়ৰ ভিতৰত) বৃদ্ধি কৰা হৈছে। আগ্ৰহী সংবাদসেৱীসকলে স্কেনড্ ফটোকপি আৰু উপযুক্ত নথিপত্ৰসমূহ আমাৰ ই-মেইল আই ডি diprjournalistpension@gmail.com ৰ জৰিয়তেও প্ৰেৰণ কৰিব পাৰিব।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...
No comments:
Post a Comment
Welcome Northeast News India