Sunday, 28 June 2020

28 Jun, 2020 গোলাঘাটৰ বেঙেনাখোৱাৰ যুবক পার্থৰ পৰোপকাৰী কাম ।তেওৰ নিজা কৈ বেঙেনাখোৱাৰ কমে ও 300 ছাত্র ছাত্রীক বিনামূলীয়াকৈ ৰংমন আৰু বহু সাধু কিতাপ বিতৰণ কৰে তেওৰ এই কার্যত গোলাঘাটৰ শংকৰ বুক ষ্টল আৰু সাংবাদিক প্রকাশ শৰ্মা ই বিশেষ সহযোগিতা আগবঢ়ায় ।এই কার্য ৰ বাবে স্থানীয় ৰাইজ আৰু শিশু সকলে পার্থ ক ধন্যবাদ জনাই।


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...