Sunday, 28 June 2020
28 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালৰ সৈতে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী মাননীয় শ্ৰী অমিত শ্বাহে টেলিফোনযোগে বাৰ্তালাপ কৰি ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি, গৰাখহনীয়া আৰু ভূমিস্খলনৰ পৰিস্থিতিৰ বুজ লয়। ৰাজ্যৰ প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত সকললৈ সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...

No comments:
Post a Comment
Welcome Northeast News India