Thursday, 29 July 2021

অহা ইংৰাজী ৩০/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখ কৰা টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰ দ্বাৰাও এই সুবিধা গ্ৰহণ কৰিব পাৰিব । লগতে প্ৰথম পালি টীকা গ্ৰহণ কৰি ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক দ্বিতীয় পালি টীকা প্ৰদানত অগ্ৰাধিকাৰ দিয়া হ'ব ।

29 July, 2021

অহা ইংৰাজী ৩০/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখ কৰা টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  প্ৰথম আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰ দ্বাৰাও এই সুবিধা গ্ৰহণ কৰিব পাৰিব । লগতে প্ৰথম পালি টীকা গ্ৰহণ কৰি ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক দ্বিতীয় পালি টীকা প্ৰদানত  অগ্ৰাধিকাৰ দিয়া হ'ব । এইক্ষেত্ৰত জিলা প্ৰশাসনে  ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অহা ইংৰাজী ৩০/০৭/২০২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি, আয়কৰ বিভাগৰ বিভাগীয় কৰ্মচাৰী আৰু মহিলা চাফাই কৰ্মীসকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । উক্ত বয়সৰ লোকসকল, যিসকলৰ প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণৰ ৮৪ দিন উকলি গৈছে তেওঁলোকে দ্বিতীয় পালি টীকা গ্ৰহণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব ।

29 July, 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অহা ইংৰাজী ৩০/০৭/২০২১ তাৰিখে  উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি, আয়কৰ বিভাগৰ বিভাগীয় কৰ্মচাৰী আৰু মহিলা চাফাই কৰ্মীসকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । উক্ত বয়সৰ লোকসকল, যিসকলৰ প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণৰ ৮৪ দিন উকলি গৈছে তেওঁলোকে দ্বিতীয় পালি টীকা গ্ৰহণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

অহা ইংৰাজী ৩০/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখিত চাহবাগিছাত অৱস্থিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ চাহ বাগিচাৰ বাসিন্দা সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম পালি আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

29 July, 2021

অহা ইংৰাজী ৩০/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখিত চাহবাগিছাত অৱস্থিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ চাহ বাগিচাৰ বাসিন্দা সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  প্ৰথম পালি আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰেও প্ৰথম পালি টীকা গ্ৰহণ কৰিব পাৰিব । লগতে প্ৰথম পালি টীকা গ্ৰহণ কৰা যিসকলৰ ৮৪ দিন অতিক্ৰম কৰিলে তেওঁলোকে দ্বিতীয় পালি টীকা গ্ৰহণ কৰিব পাৰিব । এইক্ষেত্ৰত জিলা প্ৰশাসনে  ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

"EMAGINE"

29 July, 2021

"EMAGINE"


*********


Binita Das

When there's a moon


On the blue sky,


It showers love


And makes me long.


I hope I find a lover


Who can quench my


Thirst for love.


Rain droplets


Peirce into me;


When I'm drenched in rain


My soul is too!


I long to be


Drenched in love


I dream of being in love.


I hope I find a lover


Who can quench my


Thirst for love..!!

Howly (Barpeta)

29 July, 2021Daily COVID-19🦠😷 bulletin Golaghat

29 July, 2021

Daily COVID-19🦠😷 bulletin Golaghat

29 July, 2021

*গোলাঘাট জিলাত নিশা ৮বজাৰ পৰা পুৱা ৫ বজালৈ কেঁচা চাহপাত পৰিবহনত নিষেধাজ্ঞা*

29 July, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৩২

*গোলাঘাট জিলাত নিশা ৮বজাৰ পৰা পুৱা ৫ বজালৈ কেঁচা চাহপাত পৰিবহনত নিষেধাজ্ঞা*

গোলাঘাট, ২৯ জুলাই : গোলাঘাট জিলাত ক'ভিড 19 ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ কেঁচা চাহপাতৰ পৰিবহনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশ শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত এই সম্পৰ্কীয় নিষেধাজ্ঞা জাৰি কৰিছে । সেই অনুসৰি ৩০ জুলাইৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে সমগ্ৰ গোলাঘাট জিলাখনতে এই নিৰ্দেশ কাৰ্যকৰী হ'ব । এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...