Saturday, 24 April 2021
Dibrugarh,
Covid Update Assam
আহক এখন কোভিড মুক্ত অসমৰ বাবে হাত মিলাওঁ।
Friday, 23 April 2021
আজি আৰক্ষীয়ে জব্দ কৰে এনে এটা নকল টকা বনোৱা আজৱ মেচিন।
23 April, 2021
*Fake Note making machin rescue* Date :- 23/4/21
## লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত বঙ্গালমৰাত এক দুষ্ট চক্ৰই নকল টকা প্ৰস্তুত কৰি বছৰ বছৰ ধৰি ৰম ৰমীয়া ব্যৱসায় চলাই আছে।
## মাজে মাজে আৰক্ষীয়ে অভিযান চলাই উৎখাত কৰে যদিও আকৌ সৰব হৈ উঠে এই চক্ৰটো।
## আজি আৰক্ষীয়ে জব্দ কৰে এনে এটা নকল টকা বনোৱা আজৱ মেচিন।
## নাৰিকল তেলৰ টেমাৰে কাঠৰ মেচিনত প্ৰস্তুত কৰা হয় টকা।
## লখিমপুৰৰ লালুকৰ ২নং ইছলামপুৰত আৰক্ষীয়ে অভিযান চলাই ৱাহেদ আলী নামৰ লোক এজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে এই মেচিনটো।
## এই মেচিনেৰে টকা প্ৰস্তুত কৰি নিতৌ লাখ-লাখ টকা প্ৰৱঞ্চনা কৰা হয় বহিঃৰাজ্যৰ সহজ সৰল লোকক।
## অভিযান কালত আৰক্ষীৰ চকুত ধূলি দি পলাই সাৰে ৱাহেদ আলী নামৰ লোকজন।
## বত্তৰ্মানেও আৰক্ষীয়ে লোক জনক বিছাৰি আভিযান অব্যাহত ৰাখিছে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
গোলাঘাটত আজি ৭৮ জন লোকৰ দেহত ক'ভিডৰ সংক্ৰমণ, সক্ৰিয় ৰোগীৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি
লখিমপুৰ নগৰৰ ১২ নং ৱাডৰ চাপৰি গাৱঁৰ নিৱাসী কাজলী চৰকাৰৰ ১৯ বছৰীয়া পূত্ৰ অজিত চৰকাৰ যোৱা ১৯ তাৰিখৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
23 April, 2021
*লখিমপুৰত যুৱকৰ নিৰোদ্দেশ* Date :- 23/4/21
## লখিমপুৰ নগৰৰ ১২ নং ৱাডৰ চাপৰি গাৱঁৰ নিৱাসী কাজলী চৰকাৰৰ ১৯ বছৰীয়া পূত্ৰ অজিত চৰকাৰ যোৱা ১৯ তাৰিখৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
## পুৱা ৯ মান বজাত নিজ ঘৰৰ পৰা নিৰুদ্দেশ হোৱা যুৱক জনক বিচাৰি মাতৃ কাজলী চৰকাৰ কান্দোনত ভাগি পৰিছে।
## ইতিমধ্যে পৰিয়ালৰ লোকে খেলমাটি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে।
## যুৱকজন প্ৰায় ৫ ফুত মান উচ্চতা আৰু গা বৰণ ক'লা।
## কোনো লোকে যুৱকজনৰ কিবা সম্ভেদ পালে উচৰৰ থানাত খবৰ দিয়ক নতুবা ৭০৮৬৭৪৬২১০ নম্বৰত খবৰ দিবলৈ অনুৰোধ জনাই পৰিয়ালৰ লোকে।
Byte :-
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Thursday, 22 April 2021
খবৰ লবলৈও অহানাই গ্ৰাম সেৱককে ধৰি কৃষি বিভাগৰ লোক ৷
22 April, 2021
খবৰ লবলৈও অহানাই গ্ৰাম সেৱককে ধৰি কৃষি বিভাগৰ লোক ৷
অসমৰ কৃষিৰ ভড়াল হিচাপে জনাজাত গোলাঘাটৰ দ’চমুৱাৰ শগুণপাৰা গাঁৱৰ বিলাহী খেতিয়কৰ দুৰ্দশা ৷ বিলাহীখেতিৰ ফচলৰ বজাৰ মূল্য নোপোৱাৰ বাবে কৃষিপথাৰৰ ফচল তলিতেই গেলিবলৈ ধৰিছে ৷ ৩ টকা দৰতো বিলাহী কিনিবলৈ নাহে বেপাৰী ৷ ৯৯ শতাংশ কৃষক থকা গাওঁ খনৰ কৃষকৰ উৎপাদিত বিলাহী এতিয়া গৰু ছাগলীয়েও নোখোৱা হৈছে ৷ কৃষকৰ এনে দুৰ্দশাৰ খবৰ লবলৈও অহানাই গ্ৰাম সেৱককে ধৰি কৃষি বিভাগৰ লোক ৷ ::
গোলাঘাট পৰা প্ৰকাশ শৰ্মা ৰিপৰ্ত নৰ্থইষ্ট নিউজ ইণ্ডিয়া
মোৰ জাতি এটাই
মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...