Thursday, 22 April 2021

খবৰ লবলৈও অহানাই গ্ৰাম সেৱককে ধৰি কৃষি বিভাগৰ লোক ৷

 22 April, 2021


খবৰ লবলৈও অহানাই গ্ৰাম সেৱককে ধৰি কৃষি বিভাগৰ  লোক ৷



অসমৰ কৃষিৰ ভড়াল হিচাপে জনাজাত গোলাঘাটৰ দ’চমুৱাৰ শগুণপাৰা গাঁৱৰ বিলাহী খেতিয়কৰ দুৰ্দশা ৷ বিলাহীখেতিৰ ফচলৰ বজাৰ মূল্য নোপোৱাৰ বাবে কৃষিপথাৰৰ ফচল তলিতেই গেলিবলৈ ধৰিছে ৷ ৩ টকা দৰতো বিলাহী কিনিবলৈ নাহে বেপাৰী ৷ ৯৯ শতাংশ কৃষক থকা গাওঁ খনৰ কৃষকৰ উৎপাদিত বিলাহী এতিয়া গৰু ছাগলীয়েও নোখোৱা হৈছে ৷ কৃষকৰ এনে দুৰ্দশাৰ খবৰ লবলৈও অহানাই গ্ৰাম সেৱককে ধৰি কৃষি বিভাগৰ লোক ৷ ::


 গোলাঘাট পৰা প্ৰকাশ শৰ্মা   ৰিপৰ্ত  নৰ্থইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...