Monday, 30 November 2020
30 November, 2020সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জনতকৈ কম শিক্ষিত জনেও বেছি উপাৰ্জন কৰে। # ধুনীয়াজন আৰু আপচুজন প্ৰায় পঞ্চাশ বছৰ বয়সত একেই হৈ যায় । আপচু জনৰ দৰে ধুনীয়া জনৰো চকুৰ গুৰি ক'লা পৰে। চুলি সৰে ছাল সোতোৰা সোতৰি হয়। # উচ্চ পদ আৰু নিম্ন পদৰ পাৰ্থক্য নাইকীয়া হৈ যায় ষাঠি বছৰ বয়সত । পিয়ন জনেও অফিছাৰ জনলৈ ঘূৰি নোচোৱা হয়অৱসৰৰ পাছত ।# ডাঙৰ ঘৰ আৰু সৰু ঘৰৰ কোনো পাৰ্থক্য নাথাকে সত্তৰ বছৰ বয়সত । লগৰবোৰ, পৰিয়ালৰ মানুহবোৰ, আতৰি যায় । কম ঠাইতে ঘূৰা ফুৰা কৰিবলৈ সকলোকে বাধ্য কৰে কঁকালৰ বিষ আৰু আঠুৰ বিষে । # ধনী আৰু দুখীয়াৰ আশী বছৰ বয়সত কোনো প্ৰভেদ নাথাকে । খৰছ কৰিবলৈ বাট নাথাকেধনীজনে খৰছ কৰিব খুজিলেও । # শুই থকা আৰু জাগি থকা একেই কথা হৈ পৰে নব্বৈ বছৰ বয়সত। কৰিবলৈ একো নাথাকে জাগি থাকিলেও । # আমাৰ সকলোৰে একে গতিয়েই হ'বলৈ গৈ আছে আগলৈ সকলো সময়ৰ খেল । # আমি গৰ্ব কৰোঁ এতিয়া যিবোৰৰ কাৰণে , কোনো মূল্যই নাথাকিবএসময়ত সেইবোৰৰ । # দুখন গাড়ী, দুটা বাংলা আৰু দুবিঘা মাটিও অশান্তিত থাকিবলৈ কম হয় । দুবেলা দুমুঠি আৰু দুযোৰ কাপোৰেই যথেষ্ট শান্তিত থাকিবলৈ। নৰ্থইষ্ট নিউজ ইণ্ডিয়া।।
Sunday, 29 November 2020
29 November, 2020 গোলাঘাট জিলা সাংবাদিক সন্থাৰ নতুন সমিতি গঠন। গোলাঘাট জিলা সাংবাদিক সন্থাৰ বিষয় বাছনি সভাখন শনিবাৰে ধনশিৰি মহকুমা সাংবাদিক সন্থাৰ আতিথ্যত গোলাঘাট দক্ষিণ উন্নয়ণ খণ্ডৰ কাৰ্যলয়ৰ সভা কক্ষত অনুষ্ঠিত হয়।জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা সাংবাদিক সকলক লৈ আজিৰ এই বিষয় বাছনি সভাখনতে প্ৰথমে পুৰণি সমিতিখন ভংগ কৰা হয় আৰু উপস্থিত সকলো সাংবাদিকৰ সৰ্বসন্মতি ক্ৰমে গোলাঘাট জিলা সাংবাদিক সন্থাৰ নতুন সমিতিখন গঠন কৰা হয়।আজিৰ সভাত নতুন সমিতিখনৰ দায়িত্ব সভাপতি হিচাপে বিকাশ শৰ্ম্মা,কাৰ্যকৰী সভাপতি হিচাপে নগেন বৰাক,সাধাৰন সম্পাদক দ্বীপেন বৰাক আৰু সম্পাদক হিচাপে দ্বীপমনি খাটনীয়াক দায়িত্ব অৰ্পন কৰা হয়। :: প্ৰকাশ শৰ্মা গোলাঘাট
29 November, 2020
গোলাঘাট জিলা সাংবাদিক সন্থাৰ নতুন সমিতি গঠন।
গোলাঘাট জিলা সাংবাদিক সন্থাৰ বিষয় বাছনি সভাখন শনিবাৰে ধনশিৰি মহকুমা সাংবাদিক সন্থাৰ আতিথ্যত গোলাঘাট দক্ষিণ উন্নয়ণ খণ্ডৰ কাৰ্যলয়ৰ সভা কক্ষত অনুষ্ঠিত হয়।জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা সাংবাদিক সকলক লৈ আজিৰ এই বিষয় বাছনি সভাখনতে প্ৰথমে পুৰণি সমিতিখন ভংগ কৰা হয় আৰু উপস্থিত সকলো সাংবাদিকৰ সৰ্বসন্মতি ক্ৰমে গোলাঘাট জিলা সাংবাদিক সন্থাৰ নতুন সমিতিখন গঠন কৰা হয়।আজিৰ সভাত নতুন সমিতিখনৰ দায়িত্ব সভাপতি হিচাপে বিকাশ শৰ্ম্মা,কাৰ্যকৰী সভাপতি হিচাপে নগেন বৰাক,সাধাৰন সম্পাদক দ্বীপেন বৰাক আৰু সম্পাদক হিচাপে দ্বীপমনি খাটনীয়াক দায়িত্ব অৰ্পন কৰা হয়। :: প্ৰকাশ শৰ্মা গোলাঘাট
29 November, 2020 *লখিমপুৰ ডেদবদী* Date :- 29/11/2020 লখিমপুৰ জিলা মৈদমীয়া বান্দৰ বাৰী অঞ্চলত পুৱাই এজন লোকৰ মৃতদেহ উদ্ধাৰ। স্থানীয় এজন যুৱকে পুৱা মাছমাৰীবলৈ যাওতে মেটেকা মাজত প্ৰত্যক্ষ কৰে প্ৰদীপ দত্ত নামৰ ৪৮ বছৰীয়া ব্যক্তি জনক।পৰিয়ালৰ লোকে যানিব দিয়া মতে মদ খাই ঘৰত প্ৰায় কাজিয়া কৰে প্ৰদীপ দত্তই। দূৰ্গা পুজা দশমী দিনাও তেনেকৈ খাই আহি ঘৰত হুলস্থুল কৰিছিল। পুত্ৰ হৈত্যে কিছু তৰ্কাতৰ্কি লগাত ঘৰৰ পৰা ওলাই আহিল। হেই দশমী দিনাই ওলাই আহি প্ৰদীপ দত্ত আজি বান্দৰ বাৰী এটা পুখুৰী মেটেকা মাজত উদ্ধাৰ হয়। প্ৰদীপ দত্ত পেচাত এজন ৰিক্সা চালক আছিল। লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India
29 November, 2020
*লখিমপুৰ ডেদবদী* Date :- 29/11/2020
লখিমপুৰ জিলা মৈদমীয়া বান্দৰ বাৰী অঞ্চলত পুৱাই এজন লোকৰ মৃতদেহ উদ্ধাৰ।
স্থানীয় এজন যুৱকে পুৱা মাছমাৰীবলৈ যাওতে মেটেকা মাজত প্ৰত্যক্ষ কৰে প্ৰদীপ দত্ত নামৰ ৪৮ বছৰীয়া ব্যক্তি জনক।পৰিয়ালৰ লোকে যানিব দিয়া মতে মদ খাই ঘৰত প্ৰায় কাজিয়া কৰে প্ৰদীপ দত্তই। দূৰ্গা পুজা দশমী দিনাও তেনেকৈ খাই আহি ঘৰত হুলস্থুল কৰিছিল। পুত্ৰ হৈত্যে কিছু তৰ্কাতৰ্কি লগাত ঘৰৰ পৰা ওলাই আহিল। হেই দশমী দিনাই ওলাই আহি প্ৰদীপ দত্ত আজি বান্দৰ বাৰী এটা পুখুৰী মেটেকা মাজত উদ্ধাৰ হয়। প্ৰদীপ দত্ত পেচাত এজন ৰিক্সা চালক আছিল।
লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India
Saturday, 28 November 2020
28 November, 2020 *লখিমপুৰ লালুকত প্ৰতিবাদ* Date :- 28/11/2020 লখিমপুৰৰ লালুকত মন্ত্ৰী অতুল বৰা,কেশৱ মহন্ত,আৰু ফনীভূষন চৌধুৰীৰ প্ৰতিকৃতি দাহ ৷ আছু আৰু জাতি জনগোষ্ঠীয় ঐক্য মঞ্চৰ এই বিক্ষুভ ৷ নাওবৈচা সমষ্টিত আজি অগপৰ বৃহৎ গনজাগৰন সভাত অংশ ললে মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই ৷ সভাত উপস্থিত হোৱাৰ প্ৰাক মুহুৰ্ততে সংগঠন কেইটাৰ এই প্ৰতিবাদ৷ প্ৰতিবাদকাৰীৰ দাবী দায়িত্ব পালনত চুড়ান্ত ব্যৰ্থ হৈছে মন্ত্ৰী কেইজন৷ লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India
28 November, 2020
*লখিমপুৰ লালুকত প্ৰতিবাদ* Date :- 28/11/2020
লখিমপুৰৰ লালুকত মন্ত্ৰী অতুল বৰা,কেশৱ মহন্ত,আৰু ফনীভূষন চৌধুৰীৰ প্ৰতিকৃতি দাহ ৷ আছু আৰু জাতি জনগোষ্ঠীয় ঐক্য মঞ্চৰ এই বিক্ষুভ ৷ নাওবৈচা সমষ্টিত আজি অগপৰ বৃহৎ গনজাগৰন সভাত অংশ ললে মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই ৷ সভাত উপস্থিত হোৱাৰ প্ৰাক মুহুৰ্ততে সংগঠন কেইটাৰ এই প্ৰতিবাদ৷ প্ৰতিবাদকাৰীৰ দাবী দায়িত্ব পালনত চুড়ান্ত ব্যৰ্থ হৈছে মন্ত্ৰী কেইজন৷
লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India
মোৰ জাতি এটাই
মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...