Monday, 13 March 2023
সৰুপথাৰ জেনেৰেল ফিল্ডত বাছনি শিবিৰ অনুষ্ঠিত।
নগাঁও কঠিয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত গমাৰিআটী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ৪ দিনীয়া এফ এল এন প্ৰশিক্ষণত তিনিটা সমল কেন্দ্ৰৰ ১০০ ৰো অধিক শিক্ষক শিক্ষয়িত্ৰী সকলৰ অংশগ্ৰহণ।
Friday, 10 March 2023
गोलाघाट के मनीष कुमार गुप्ता राष्ट्रीय मानवाधिकार एवं अपराध नियंत्रण ब्यूरो के प्रदेश महासचिव बने
Thursday, 9 March 2023
In celebration of International Women's Day
ননৈৰ শ্ৰী শ্ৰী ফুলবাৰী সত্ৰত ৩ দিনিয়াকৈ আয়োজন চলা ফাকুৱা মহোৎসৱ
Wednesday, 8 March 2023
*আগৰণুৱা -২ ৰ বাবে লেখা আহ্বান*
*আগৰণুৱা -২ ৰ বাবে লেখা আহ্বান*
*গোলাঘাট : ৮ মাৰ্চ ২০২৩*
স্বেচ্ছাসেৱী সংগঠন "পায়নিয়াৰ ফাউণ্ডেচন"ৰ উদ্যোগত প্ৰকাশ পাবলগা স্মৰণিকা "আগৰণুৱা-২" ( pioneer-2) বাবে অসমৰ বিভিন্ন প্ৰান্তৰ লেখকৰ পৰা লিখনি আহ্বান কৰা হৈছে ৷ এই উদ্দেশ্যে সংগঠনটোৱে গ্ৰহণকৰা এক সিদ্ধান্ত মৰ্মে বিকাশ শৰ্মাক মুখ্য সম্পাদক, জাগৃতি শইকীয়া আৰু জয়ন্ত গগৈক সহ সম্পাদক হিচাপে লৈ স্মৰণিকা খন প্ৰকাশৰ যো জা চলোৱা হৈছে ৷ ইচ্ছূক লেখক লেখিকাই সাহিত্য ; সংস্কৃতি ; কৃষি ; স্বাস্থ্য ; নাৰিবাদী ; শিশু উপযোগী ; আদি বিষয়ক লিখা প্ৰৱন্ধক / নিবন্ধ ; আদি প্ৰেৰণ কৰিব পাৰিব ৷ নৱপ্ৰজন্মক উৎসাহৰ বাবে ছাত্ৰছাত্ৰীৰ গল্প ; প্ৰৱন্ধ ; সাধু আদি শিশু উপযোগী লেখনি প্ৰকাশ কৰা হ’ব ৷ মৌলিক লিখনিক অগ্ৰাধিকাৰ দিয়াৰ লগতে কোনো লেখকৰ লেখাৰ আলমলৈ লিখিলে বা অনুবাদ কৰিলে উল্লেখ কৰিব লাগিব ৷ উপযুক্ত বিবেচিত হোৱা লিখনি প্ৰকাশৰ লগতে লেখা প্ৰেৰণ কৰা সকলক তথা ৰাইজক উন্মোচনৰ দিন বিভিন্ন মাধ্যমেৰে জ্ঞাত কৰা হ’ব ৷লিখনি সমূহ অসমীয়াত শুদ্ধকৈ ডি টি পি কৰি লেখকৰ এখন পাচপোৰ্ট ফটো সহ 9435053726,9101331065 অথবা 7002556589 নম্বৰত হোৱাটচপ যোগে অহা ২০ মাৰ্চৰ ভিতৰত নিজৰ নাম ঠিকনা ফোননং সহ প্ৰেৰণ কৰিব পাৰিব ৷ বুলি সংগঠনটোৰ সভাপতি প্ৰকাশ শৰ্মাই জানিবলৈ দি কয় যে ইতিপূৰ্বে ২০১৭ চনৰ ২৮ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ গোলাঘাটৰ সমম্বয় খেলপথাৰত ৯ দিনীয়াকৈ অনুষ্ঠিত হৈ যোৱা কৃষি বাণিজ্য মেলাত দৈনিক অসমৰ সম্পাদক প্ৰয়াত ৰাধিকা মোহণ ভাগৱতীৰ নামত উৎসৰ্গা কৰি “আগৰণুৱা ” Pioneer) নামেৰে প্ৰথমখন স্মৰণিকা প্ৰকাশ কৰি ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰা হৈছিল ৷ এইবাৰো সংগঠটোৱে পূৰ্বৰ দৰে ৰাইজৰ সমাদৰ লাভকৰা এখন স্মৰণিকা পঢ়ুৱৈ সমাজলৈ আগবঢ়াবলৈ প্ৰচেষ্টা চলাইছে ::: প্ৰকাশ শৰ্মা গোলাঘাট
NORTHEAST NEWS INDIA
নোগোৰাৰ শ্ৰী শ্ৰী দিহিংসত্ৰত দৌলোৎসৱ পালন
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...