Thursday, 9 March 2023

ননৈৰ শ্ৰী শ্ৰী ফুলবাৰী সত্ৰত ৩ দিনিয়াকৈ আয়োজন চলা ফাকুৱা মহোৎসৱ

০৯ মাৰ্চ ২০২৩ঃ
ননৈৰ শ্ৰী শ্ৰী ফুলবাৰী সত্ৰত ৩ দিনিয়াকৈ আয়োজন  চলা ফাকুৱা মহোৎসৱত যোৱাকালি ৮ মাৰ্চ তাৰিখে  নিশা ভাওনা উপলক্ষে ড° কেশৱ বৰাকো ৰাইজে বিপুল আদৰণি জনায়। লগতে মা আৰু প্ৰকৃতি সামাজিক অনুষ্ঠানৰ যি মহৎত ধাৰা , সকলো মানৱ জাতিক মা আৰু প্ৰকৃতি ৰ পৰিয়ালৰ সদস্য হবলৈ আহ্বান জনাই।

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...