*মা আৰু প্ৰকৃতি*
আমাৰ মা আৰু প্ৰকৃতি ৰ সমূহ পৰিয়াললৈ শাৰদীয় শুভ দূৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন জনাইছো। আগন্তুক আহি থকা দিন বোৰত মা আৰু প্ৰকৃতি ৰ পৰিয়াল সমগ্র ৰাজ্য তথা দেশত, সমগ্র মানৱ জাতি হৈ পৰক আমাৰ পৰিয়াল।সমগ্র বিশ্বতে আদৰ্শ হওঁক আমাৰ পৰিয়াল। তথা দেশৰ ৰাজ্যৰ সমূহ জনগণৰ মঙ্গল হওঁক তাৰে কামনাৰে।।
সেৱাৰে
মা আৰু প্ৰকৃতি