Saturday, 1 October 2022

মা আৰু প্ৰকৃতি ৰ সমূহ পৰিয়াললৈ শাৰদীয় শুভ দূৰ্গা পূজাৰ শুভেচ্ছা

*মা আৰু প্ৰকৃতি*
 
 আমাৰ মা আৰু প্ৰকৃতি ৰ সমূহ পৰিয়াললৈ শাৰদীয় শুভ দূৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন জনাইছো। আগন্তুক আহি থকা দিন বোৰত মা আৰু প্ৰকৃতি ৰ পৰিয়াল  সমগ্র ৰাজ্য তথা দেশত, সমগ্র মানৱ জাতি হৈ পৰক আমাৰ পৰিয়াল।সমগ্র বিশ্বতে আদৰ্শ হওঁক আমাৰ পৰিয়াল। তথা দেশৰ ৰাজ্যৰ সমূহ জনগণৰ মঙ্গল হওঁক তাৰে কামনাৰে।। 

সেৱাৰে

মা আৰু প্ৰকৃতি
মাধৱ গগৈ

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...