Thursday, 9 June 2022
Wednesday, 8 June 2022
*আৰোহণ প্ৰকল্পৰ অধীনত গোলাঘাট জিলাৰ ৫০ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় উপায়ুক্তৰ**শিক্ষাৰ উদ্দেশ্য কেৱল ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱা নহয়, ভাল মানুহ আৰু সু-নাগৰিক হোৱা*
*গোলাঘাটত বিভিন্ন আঁচনিৰ অধীনত ব্যক্তি আৰু আত্মসহায়ক গোটলৈ ১,১৯,৭৫,০০০ টকাৰ ঋণৰ মঞ্জুৰীপত্ৰ**গোলাঘাট জিলাৰ অৰ্থনীতিলৈ আত্মসহায়ক গোটসমূহে বৃহৎ বৰঙণি আগবঢ়াইছে : উপায়ুক্ত*
Tuesday, 7 June 2022
मा और प्रकृति का हमारे सभी कार्यकर्ताओं को अनुरोध है कि हमारे भारत में हर कुनै तक हर नागरिक को अपना मा और प्रकृति का परिवार जोर ने का काम कीजिये ऑर हमारे महान भारत का सान्ति वनाने का सकल्प लीजिए।। मैरा आप लोगो से आसा हि नहीं पुरा भरोसा है कि आपलोगो उ कार्य कर पाएंगे।। सेवा के साथ। माँ और प्रकृतिमाधव गोगोई(माँ और प्रकृति) संस्थापक, मुख्य कार्यकारी।ईमेल- mother.and.nature2021@gmail.com - WhatsApp - 9859593814
Sunday, 5 June 2022
আজি বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি মা আৰু প্ৰকৃতি ৰ নগাঁও জিলা শাখাই কেশৱ চন্দ্র বৰাৰ নেতৃত্বত গছপুলি ৰূপন কাৰ্য্য সূচি ৰূপায়ন কৰে। তেখেতে অনাগত দিনত সকলোকে মা আৰু প্ৰকৃতি ৰ পৰিয়ালৰ সদস্য হবলৈ সকলোকে আহ্বান জনাই। NORTHEAST NEWS INDIA
Saturday, 4 June 2022
গোলাঘাটৰ কছাৰীহাট বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰিবেশ দিৱস পালন ৷
গোলাঘাটৰ কছাৰীহাট বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰিবেশ দিৱস পালন ৷
:৪ জুন
স্বেচ্ছাসেৱী সংগঠন পায়নিয়াৰ ফাউণ্ডেচনে এন আৰ এল ; গ্ৰীণেৰী আছাম ধপাত নিয়ন্ত্ৰণ সমিতি ; যক্ষ্মা ণিয়ন্ত্ৰণ সমিতিৰ সহযোগত গোলাঘাটৰ কছাৰীহাট বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰেপৰা দুদিনিয়াকৈ বিশ্ব পৰিবেশ দিৱস পালন কৰিছে ৷ শনিবাৰৰ দিনাৰ কায্যসূচীৰ পুৱা বীক্ষৰোপন শুভাৰম্ভ কৰে কণমানি ছাত্ৰী তামান্না শান্দিল্য আৰু অভিচি কৌশিক সভাপণ্ডিতে ৷ ইয়াৰ পিছতেই শুভাযাত্ৰা শুভাৰম্ভ কৰে বিজেপিৰ নেতা দেবজিৎ বৰাই ৷ ছাত্ৰছাত্ৰীৰ মাজত ৰেখাচিত্ৰ প্ৰতিযোগিতাৰ পিছত বাটৰনাট অনুষ্ঠিত হয় ৷ ১বজাৰ পৰা অধ্যক্ষ মছলেহুজ জামানৰ
সভাপতিত্বত অনুষ্ঠিত সভাত জিনা বৰুৱা ; প্ৰতুল বৰবৰা ; অমিয় কুমাৰ বৰা ; ডা°সুনিতা এক্কাই বিশিষ্ট ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ৷ এই সভাতেই প্ৰতিযোগিতাত বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা হয় ৷ লগতে অংশলোৱা সকলকো যোগদানৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷ যুৱনেতা সঞ্জু কৌশিকে আতঁধৰা অনুষ্ঠানত পায়নিয়াৰ ফাউণ্ডেচনৰ সভাপতি প্ৰকাশ শৰ্মা ; সম্পাদক সুশান্ত শৰ্মা তামুলী ; গ্ৰীনেৰী আচামৰ সভাপতি লিখন বৰা কে ধৰি সকলো বিষয়ববীয়া আৰু সদস্য উপস্থিত আছিল ৷ ৷
গোলাঘাটৰ পৰা মাধৱ গগৈ প্ৰতিবেদন NORTHEAST NEWS INDIA
মোৰ জাতি এটাই
মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India
- 
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
 - 
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
 - 
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...