Sunday, 5 June 2022
আজি বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি মা আৰু প্ৰকৃতি ৰ নগাঁও জিলা শাখাই কেশৱ চন্দ্র বৰাৰ নেতৃত্বত গছপুলি ৰূপন কাৰ্য্য সূচি ৰূপায়ন কৰে। তেখেতে অনাগত দিনত সকলোকে মা আৰু প্ৰকৃতি ৰ পৰিয়ালৰ সদস্য হবলৈ সকলোকে আহ্বান জনাই। NORTHEAST NEWS INDIA
Saturday, 4 June 2022
গোলাঘাটৰ কছাৰীহাট বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰিবেশ দিৱস পালন ৷
গোলাঘাটৰ কছাৰীহাট বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰিবেশ দিৱস পালন ৷
:৪ জুন
স্বেচ্ছাসেৱী সংগঠন পায়নিয়াৰ ফাউণ্ডেচনে এন আৰ এল ; গ্ৰীণেৰী আছাম ধপাত নিয়ন্ত্ৰণ সমিতি ; যক্ষ্মা ণিয়ন্ত্ৰণ সমিতিৰ সহযোগত গোলাঘাটৰ কছাৰীহাট বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰেপৰা দুদিনিয়াকৈ বিশ্ব পৰিবেশ দিৱস পালন কৰিছে ৷ শনিবাৰৰ দিনাৰ কায্যসূচীৰ পুৱা বীক্ষৰোপন শুভাৰম্ভ কৰে কণমানি ছাত্ৰী তামান্না শান্দিল্য আৰু অভিচি কৌশিক সভাপণ্ডিতে ৷ ইয়াৰ পিছতেই শুভাযাত্ৰা শুভাৰম্ভ কৰে বিজেপিৰ নেতা দেবজিৎ বৰাই ৷ ছাত্ৰছাত্ৰীৰ মাজত ৰেখাচিত্ৰ প্ৰতিযোগিতাৰ পিছত বাটৰনাট অনুষ্ঠিত হয় ৷ ১বজাৰ পৰা অধ্যক্ষ মছলেহুজ জামানৰ
সভাপতিত্বত অনুষ্ঠিত সভাত জিনা বৰুৱা ; প্ৰতুল বৰবৰা ; অমিয় কুমাৰ বৰা ; ডা°সুনিতা এক্কাই বিশিষ্ট ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ৷ এই সভাতেই প্ৰতিযোগিতাত বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা হয় ৷ লগতে অংশলোৱা সকলকো যোগদানৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷ যুৱনেতা সঞ্জু কৌশিকে আতঁধৰা অনুষ্ঠানত পায়নিয়াৰ ফাউণ্ডেচনৰ সভাপতি প্ৰকাশ শৰ্মা ; সম্পাদক সুশান্ত শৰ্মা তামুলী ; গ্ৰীনেৰী আচামৰ সভাপতি লিখন বৰা কে ধৰি সকলো বিষয়ববীয়া আৰু সদস্য উপস্থিত আছিল ৷ ৷
গোলাঘাটৰ পৰা মাধৱ গগৈ প্ৰতিবেদন NORTHEAST NEWS INDIA
Friday, 3 June 2022
मेरा भारत महान देश के सभी देशवासियों को बिनम्र अनुरोध है कि, विश्व साइकिल दिवस अबसर पर आईए हम सब सपत लेते हैं, बायु प्रदुषण कौ रौकने के लिए प्रयास किया जाय। हम सभी साइकिल का ब्यबहार करे, ओर प्रदुषण कौ रौकने का एक प्रयास करता हूँ।। सेवा के साथ। मा और प्रकृतिप्रतिस्थापकमाधब गोगोईईमेल - mother.and.nature2021@gmail.comWhatsApp - 9859593814
Thursday, 2 June 2022
গোলাঘাট জিলাতো ৬ জুনৰ পৰা ২১ জুনলৈ 'হৰ ঘৰ দস্তক ২.০' অভিযান**ডেৰ লাখৰো অধিক লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য*
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে। মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...