সদৌ অসম ,ভাৰত তথা বিশ্ব বাসিলৈ আহ্বান। নিজৰ খন্তেক সময়ৰ স্বাথৰ বাবে মা আৰু প্ৰকৃতি ধংসৰ চেষ্টা নকৰিব। মা আৰু প্ৰকৃতি অবিহনে এই পৃথিবীত কোনো ডাঙৰ হব নোৱাৰে। আমি যি সমূহ পাইছো এই পৃথিবীত, সকলো মা আৰু প্ৰকৃতিয়ে আমাক দিছে। আহক সময় থাকোতে নিজৰ মনক এবাৰ সুধি চাওঁক, আপোনি নিজৰ অকমান সময়ৰ স্বাথৰ বাবে সকলো শেখ কৰিব ওলাইছে।
আহক সময় থাকোতে সকলো লোভ, মোহ, খং, অংহকাৰ ত্যাগ কৰক, আৰু প্ৰকৃত মানৱ হিচাপে ভাল কাম কৰিবলৈ শপত লওঁক আৰু আনকো শিকাওঁক। মা আৰু প্ৰকৃতি ৰ চৰনত শৰণ লওঁক।।
তেতিয়াহে সকলো জীৱকোল জীয়াই থাকিব পাৰিব এই পৃথিবীত।।
ধন্যবাদেৰে।।
MADHOB GOGOI
মা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति) Founder (CEO), প্ৰতিষ্ঠাপক ,মূখ্য কাৰ্যবাহী ।
Email- mother.and.nature2021@gmail.com -
WhatsApp - 9859593814