Sunday, 25 July 2021

অহা ইংৰাজী ২৬/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখ কৰা টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকল আৰু চাপৰি অঞ্চলত বাস কৰা ব্যক্তিসকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰ দ্বাৰাও এই সুবিধা গ্ৰহণ কৰিব পাৰিব । লগতে প্ৰথম পালি টীকা গ্ৰহণ কৰি ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক দ্বিতীয় পালি টীকা প্ৰদানত অগ্ৰাধিকাৰ দিয়া হ'ব ।

25 July, 2021

অহা ইংৰাজী ২৬/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখ কৰা টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকল আৰু চাপৰি অঞ্চলত বাস কৰা ব্যক্তিসকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  প্ৰথম আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰ দ্বাৰাও এই সুবিধা গ্ৰহণ কৰিব পাৰিব । লগতে প্ৰথম পালি টীকা গ্ৰহণ কৰি ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক দ্বিতীয় পালি টীকা প্ৰদানত  অগ্ৰাধিকাৰ দিয়া হ'ব । এইক্ষেত্ৰত জিলা প্ৰশাসনে  ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

অহা ইংৰাজী ২৬/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ সংক্ৰমিত অঞ্চলত থকা টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰ দ্বাৰাও এই সুবিধা গ্ৰহণ কৰিব পাৰিব । লগতে প্ৰথম পালি টীকা গ্ৰহণ কৰি ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক দ্বিতীয় পালি টীকা প্ৰদানত অগ্ৰাধিকাৰ দিয়া হ'ব ।

25 July, 2021

অহা ইংৰাজী ২৬/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ সংক্ৰমিত অঞ্চলত থকা টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  প্ৰথম আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰ দ্বাৰাও এই সুবিধা গ্ৰহণ কৰিব পাৰিব । লগতে প্ৰথম পালি টীকা গ্ৰহণ কৰি ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক দ্বিতীয় পালি টীকা প্ৰদানত  অগ্ৰাধিকাৰ দিয়া হ'ব । এইক্ষেত্ৰত জিলা প্ৰশাসনে  ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

অহা ইংৰাজী ২৬/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰী সকল তথা সকলো ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম পালি আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে

25 July, 2021

অহা ইংৰাজী ২৬/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰী সকল তথা সকলো ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  প্ৰথম পালি আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰ দ্বাৰাও এই সুবিধা গ্ৰহণ কৰিব পাৰিব আৰু প্ৰথম পালি টীকা গ্ৰহণ কৰাৰ ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক দ্বিতীয় পালি টীকা প্ৰদান কৰা হ'ব । এইক্ষেত্ৰত জিলা প্ৰশাসনে  ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

অহা ইংৰাজী ২৬/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখিত চাহবাগিছাত অৱস্থিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ চাহ বাগিচাৰ বাসিন্দা সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম পালি আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

25 July, 2021

অহা ইংৰাজী ২৬/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখিত চাহবাগিছাত অৱস্থিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ চাহ বাগিচাৰ বাসিন্দা সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  প্ৰথম পালি আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰেও প্ৰথম পালি টীকা গ্ৰহণ কৰিব পাৰিব । লগতে প্ৰথম পালি টীকা গ্ৰহণ কৰা যিসকলৰ ৮৪ দিন অতিক্ৰম কৰিলে তেওঁলোকে দ্বিতীয় পালি টীকা গ্ৰহণ কৰিব পাৰিব । এইক্ষেত্ৰত জিলা প্ৰশাসনে  ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অহা ইংৰাজী ২৬/০৭/২০২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

25 July, 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অহা ইংৰাজী ২৬/০৭/২০২১ তাৰিখে  উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

25 July, 2021Covid Update Assam Covid19 Assam and actions taken as on 24/07/2021.

25 July, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 24/07/2021.

Saturday, 24 July 2021

:এটি স্তৱক:

24 July, 2021

:এটি স্তৱক:

ভগিৰথ নাথ,সৰভোগ

শুষ্ক প্ৰস্ফুটিতত আবিৰ সানিব পাৰিলেই
কলিজাখন তোমাৰ পদূলিত থৈ যাম!
যাবৰ বেলিকা খন্তেক উভতি চাম;
মৰমৰ তৃষ্ণাতুৰ হিয়াখন
তোমাৰ অনুৰাগত চম্ভালিব
পাৰে নে নাই!
মোৰ হ্নদয়খন উদঙালে
তুমিও হতহম্ভ হবা
তোমাৰ নামতেই যে ভৰি আছে
অতবোৰ কবিতাৰ শিৰোনামা !

আহ্বান

।। জয় মা আৰু প্ৰকৃতি।।                👉  অহংকাৰ 👈 সেই মানৱ জাতি অহংকাৰ কৰি  কি পাবা ? কেতিয়াবা শ্মশানলৈ গৈ চাবা। তাত  দেখিবা আপোনাতকৈ ধনী...