Saturday, 24 July 2021

:এটি স্তৱক:

24 July, 2021

:এটি স্তৱক:

ভগিৰথ নাথ,সৰভোগ

শুষ্ক প্ৰস্ফুটিতত আবিৰ সানিব পাৰিলেই
কলিজাখন তোমাৰ পদূলিত থৈ যাম!
যাবৰ বেলিকা খন্তেক উভতি চাম;
মৰমৰ তৃষ্ণাতুৰ হিয়াখন
তোমাৰ অনুৰাগত চম্ভালিব
পাৰে নে নাই!
মোৰ হ্নদয়খন উদঙালে
তুমিও হতহম্ভ হবা
তোমাৰ নামতেই যে ভৰি আছে
অতবোৰ কবিতাৰ শিৰোনামা !

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...