27 Jun, 2021
Sunday, 27 June 2021
27 Jun, 2021অহা ইংৰাজী ২৮/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখ কৰা গাওঁ পঞ্চায়ত অঞ্চলৰ স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হ'ব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
27 Jun, 2021
অহা ইংৰাজী ২৮/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখ কৰা গাওঁ পঞ্চায়ত অঞ্চলৰ স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হ'ব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
অহা ইংৰাজী ২৮/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হ'ব।
27 Jun, 2021
অহা ইংৰাজী ২৮/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হ'ব। লগতে উক্ত বয়সৰ লোকসকল, যিসকলৰ প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণৰ ৮৪ দিন উকলি গৈছে তেওঁলোকে এই কেন্দ্ৰসমূহতে দ্বিতীয় পালি টীকা গ্ৰহণৰ সুবিধা লাভ কৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
অহা ইংৰাজী ২৮/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ক'ভিড ১৯ ৰ টীকাকৰণৰ কাৰ্য্যসূচীৰ অন্তৰ্গত উল্লেখ কৰা স্থান/কেন্দ্ৰত ৪৫ বছৰ বয়সৰ উৰ্দ্ধৰ আৰু Front Line Workers (FLW) ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।
27 Jun, 2021
অহা ইংৰাজী ২৮/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ক'ভিড ১৯ ৰ টীকাকৰণৰ কাৰ্য্যসূচীৰ অন্তৰ্গত উল্লেখ কৰা স্থান/কেন্দ্ৰত ৪৫ বছৰ বয়সৰ উৰ্দ্ধৰ আৰু Front Line Workers (FLW) ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত উক্ত কেন্দ্ৰসমূহত প্ৰথম পালি টীকা গ্ৰহণ কৰাৰ ৪২ দিন অতিক্ৰম কৰা (৪৫ বছৰৰ উৰ্দ্ধৰ) ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
*গোলাঘাটত কৃষিমন্ত্ৰী অতুল বৰাৰ কোভিড পৰিস্থিতিৰ পৰ্য্যালোচনা* *স্বাস্থ্য বিভাগৰ নতুন নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে বলৱৎ কৰাৰ নিৰ্দেশ* *কণ্টেইনমেণ্ট জ'নত কৃষিৰ সৈতে জড়িত লোকসকলে যাতে বৰ্তমানৰ খেতিৰ সময়ছোৱাত সমস্যাৰ সন্মুখীন নহয় সেইয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ* *চাহ বাগিচাসমূহলৈ বাহিৰৰ পৰা পৰা আনিব নোৱাৰিব শ্ৰমিক*
27 Jun, 2021
প্ৰেছ বিজ্ঞপ্তি নং : ১০৯ জনসংযোগ, গোলাঘাট
*গোলাঘাটত কৃষিমন্ত্ৰী অতুল বৰাৰ কোভিড পৰিস্থিতিৰ পৰ্য্যালোচনা*
*স্বাস্থ্য বিভাগৰ নতুন নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে বলৱৎ কৰাৰ নিৰ্দেশ*
*কণ্টেইনমেণ্ট জ'নত কৃষিৰ সৈতে জড়িত লোকসকলে যাতে বৰ্তমানৰ খেতিৰ সময়ছোৱাত সমস্যাৰ সন্মুখীন নহয় সেইয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ*
গোলাঘাট, ২৭ জুন : কৃষি মন্ত্রী অতুল বৰাই আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ কভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে । জিলাখনত বিশেষকৈ বোকাখাত মহকুমাত কোভিড 19ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি মন্ত্রীগৰাকীয়ে সমগ্ৰ জিলাখনত স্বাস্থ্য বিভাগৰ নতুন নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে বলৱৎ কৰাটো সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসন তথা আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে । তদুপৰি কৃষিৰ সৈতে জড়িত লোকসকলে যাতে বৰ্তমানৰ খেতিৰ সময়ছোৱাত সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় সেই বিষয়তো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে । লগতে বোকাখাত মহকুমাত এই কঠোৰ নীতি-নিৰ্দেশনা অধিক দিনলৈ বাহাল থাকিলে ৰেচন কাৰ্ড নথকা দুখীয়া মানুহখিনিক সহায় কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব নেকি এই বিষয়েও বৈঠকত আলোচনা কৰা হয় । তেওঁ চাহ বাগিচা অঞ্চলসমূহত ক'ভিডৰ বৰ্ধিত সংক্ৰমণলৈ চাই কাইলৈৰ পৰা অন্ততঃ এসপ্তাহলৈ বাগিচাসমূহে যাতে বাহিৰৰ পৰা কোনো শ্ৰমিকক আনিব নোৱাৰে সেইয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে । তেওঁ কয় যে ক'ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ হ'লে চাহ বাগিচাসমূহলৈ শ্ৰমিক অনাৰ পৰিৱৰ্তে বৰ্তমান থকা ন্যূনতম শ্ৰমিকেৰেই কাম কৰিব লাগিব । তেওঁ ৰাজহুৱা স্থান, বজাৰ-সমাৰ আদিত ভিৰ কৰাৰ পৰা বিৰত থাকিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে ৰাইজে ক'ভিড সম্পৰ্কীয় চৰকাৰী নিৰ্দেশনা মানি চলা হ'লে এই পৰ্যায়ৰ সৃষ্টি নহ'লহেঁতেন । তেওঁ এতিয়াও ৰাইজক সতৰ্ক হ'বলৈ আহ্বান জনায় । আনহাতে জিলাখনত সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিষেধকৰ যোগান বৃদ্ধিৰ বিষয়টোও বৈঠকত আলোচনা কৰা হয় । মন্ত্ৰীগৰাকীয়ে প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ যিমান পাৰি আহল-বহল ঠাইত লোৱাৰ বাবেও নিৰ্দেশ দিয়ে । লগতে যিসমূহ ঠাইত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে সেই নিৰ্দিষ্ট ঠাইসমূহত পৰীক্ষা আৰু প্ৰতিষেধক প্ৰদান বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ ক'ভিড ব্যৱস্থাপনাত উন্নয়ন খণ্ড বিষয়াসকলক সক্ৰিয়ভাৱে জড়িত কৰাবলৈও নিৰ্দেশ দিয়ে । আজিৰ বৈঠকত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰকে ধৰি স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
27 Jun, 2021Covid Vaccination Centre List on 28th June 2021 in Tinsukia district for citizens in the age group 18+ yrs and 45+ yrs.Vaccine type: COVISHIELD
27 Jun, 2021
Covid Vaccination Centre List on 28th June 2021 in Tinsukia district for citizens in the age group 18+ yrs and 45+ yrs.
Subscribe to:
Posts (Atom)
পৃথিৱীৰ ধংশ সমাগত
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...