Sunday, 27 June 2021

27 Jun, 2021অহা ইংৰাজী ২৮/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখ কৰা গাওঁ পঞ্চায়ত অঞ্চলৰ স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হ'ব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

27 Jun, 2021

অহা ইংৰাজী ২৮/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত  উল্লেখ কৰা গাওঁ পঞ্চায়ত অঞ্চলৰ স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ  প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হ'ব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

No comments:

Post a Comment

Welcome Northeast News India

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।