Wednesday, 9 June 2021

টিকাকৰণৰ সূচী: ১০/০৬/২০২১ আৰু ১১/০৬/২০২১

09 Jun, 2021

 গোহাৰী 

ইং ১৭/০৪/২০২১ ৰ তাৰিখৰ পৰা ইং ২২/০৪/২০২১ তাৰিখ লৈকে নগাওঁ জিলাৰ যিসকল নাগৰিকে Covaxin ৰ প্ৰথম পালি টীকা গ্ৰহণ কৰিছিল সেইসকল ব্যক্তিক  অহা ইং ১০/০৬/২০২১ আৰু ১১/০৬/২০২১ তাৰিখে হয়বৰ গাওঁ উচ্চ মাধ্যমিক বিদ্যালয় আৰু ডছন উচ্চ মাধ্যমিক বিদ্যালয়ত  দ্বিতীয় পালি টীকা প্ৰদান কৰা হব। উক্ত প্ৰতিটো কেন্দ্ৰত  টীকা গ্ৰহণ কৰিবলৈ উপস্থিত হোৱা  প্ৰথম ৫০০ জন ব্যক্তিক দ্বিতীয় পালি টীকা প্ৰদান কৰা হব। ইং ২২/০৪/২০২১ তাৰিখৰ পিছত টীকা গ্ৰহন কৰা ব্যক্তিৰ বাবে পৰৱৰ্তী টিকাকৰণ সূচী বিভিন্ন মাধ্যমৰ জৰিয়তে ৰাইজক অৱগত  কৰা হব।

■টিকাকৰণৰ সূচী: 
১০/০৬/২০২১ আৰু ১১/০৬/২০২১

■টীকা প্ৰদান কৰাৰ সময়:
পুৱা ৯ বজাৰ পৰা বিয়লি ২ বজালৈ।

■হিতাধিকাৰীৰ সংখ্যা:
প্ৰতিদিনে প্ৰতিটো কেন্দ্ৰত ৫০০ জন
Directorate of Information and Public Relations, Assam

Nagaon District Administration

National Health Mission Nagaon

09 Jun, 2021ডিব্ৰুগড় জিলাৰকোভিড ১৯ সম্পৰ্কে আজিৰ সবিশেষ।

09 Jun, 2021

ডিব্ৰুগড় জিলাৰ
কোভিড ১৯ সম্পৰ্কে  আজিৰ সবিশেষ।

কবি, গল্পকাৰ তথা এজন স্বাস্থ্য কৰ্মী পঙ্কজ সভাপণ্ডিতৰ এক আহ্বান।

09 Jun, 2021

*লখিমপুৰৰ স্বাস্থ্য কৰ্মী ৰাইজলৈ আহ্বান* Date :- 9/6/21

## কবি, গল্পকাৰ তথা এজন স্বাস্থ্য কৰ্মী পঙ্কজ সভাপণ্ডিতৰ এক আহ্বান।

## স্বাস্থ্য কৰ্মী হিচাপে বিগত বৰ্ষ পৰা পঙ্কজ সভাপণ্ডিতে কৰো'ণা সময়ত যথেষ্ট কষ্ট কৰাৰ ওপৰিও বিভিন্নজনক মাক্স,ছেনিটাইজাৰ আদি বিতৰণ কৰিও সহায় কৰিছে।

## লখিমপুৰত বত্তৰ্মানেও দ্ৰুতগতিত বৃদ্ধি পাই আহিছে কৰো'ণা ৰোগী সংখ্যা।

## আজিলৈ লখিমপুৰত মৃত্যু হৈছে ৫৪ জন লোকৰ।

## সেয়েহে এক সজাগতা মুলক আহ্বান পঙ্কজ সভাপণ্ডিতৰ।

## আঁউশি আন্ধাৰ আতৰি এদিন জোনাক আহিবই।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

09 Jun, 2021ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৫ বছৰ বয়সৰ লোকসকলক 10 Jun 2021 কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

09 Jun, 2021

ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৫ বছৰ বয়সৰ লোকসকলক 10 Jun 2021 কাইলৈ  গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

09 Jun, 2021অহা ১০/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত জিলাখনৰ চাহ বাগিচা এলেকাৰ ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোক সকলৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত কোভিড ১৯ ৰ টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।উল্লেখযোগ্য যে এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হব।জিলা প্ৰশাসনে এইক্ষেত্ৰ ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

09 Jun, 2021

অহা  ১০/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত   জিলাখনৰ  চাহ বাগিচা এলেকাৰ ১৮ বছৰৰ  পৰা ৪৪ বছৰ বয়সৰ  লোক সকলৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত কোভিড ১৯ ৰ  টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে ।উল্লেখযোগ্য যে এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হব।জিলা প্ৰশাসনে এইক্ষেত্ৰ ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

09 Jun, 2021অহা ১০/০৬/২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰত ৪৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি সকল যাৰ কোভিড ১৯ ৰ টীকা (covaxin) ৰ দ্বিতীয় পালি লবলগীয়া হৈ আছে তেখেত সকলে গৈ উক্ত কেন্দ্ৰত এই টীকা গ্ৰহণ কৰিব পাৰিব।লগতে উক্ত বয়সৰ ব্যক্তি যাৰ এই টীকা লোৱা ৪২ দিন অতিক্ৰম কৰিছে তেখেত লোকক এই ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হব। জিলা প্ৰশাসনে ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

09 Jun, 2021

অহা ১০/০৬/২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰত ৪৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি সকল যাৰ কোভিড ১৯ ৰ টীকা (covaxin) ৰ দ্বিতীয় পালি লবলগীয়া হৈ আছে তেখেত সকলে গৈ উক্ত কেন্দ্ৰত এই টীকা গ্ৰহণ কৰিব পাৰিব।লগতে উক্ত বয়সৰ ব্যক্তি যাৰ এই টীকা লোৱা ৪২ দিন অতিক্ৰম কৰিছে তেখেত লোকক এই ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হব।  জিলা প্ৰশাসনে ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

09 Jun, 2021অহা ১০ /০৬/২১ তাৰিখৰ পৰা ১২/০৬/২১ তাৰিখলৈ ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত কোভিড ১৯ ৰ সংক্ৰমণ প্ৰতীৰোধৰ বাবে জিলাখনৰ ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোক সকলৰ বাবে কোভিড ১৯ ৰ টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।উল্লেখযোগ্য যে টীকা কেন্দ্ৰ সমূহৰ online booking আজি বিয়লি ৪ বজাত খুলি দিয়া হব ।জিলা প্ৰশাসনে এইক্ষেত্ৰ ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

09 Jun, 2021

অহা ১০ /০৬/২১ তাৰিখৰ পৰা ১২/০৬/২১ তাৰিখলৈ ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত কোভিড ১৯ ৰ  সংক্ৰমণ প্ৰতীৰোধৰ  বাবে জিলাখনৰ  ১৮ বছৰৰ  পৰা ৪৪ বছৰ বয়সৰ  লোক সকলৰ বাবে কোভিড ১৯ ৰ  টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।উল্লেখযোগ্য যে টীকা কেন্দ্ৰ সমূহৰ online booking আজি বিয়লি ৪ বজাত খুলি দিয়া হব ।জিলা প্ৰশাসনে এইক্ষেত্ৰ ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।

      লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।                                              মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...