09 Jun, 2021
অহা ১০/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত জিলাখনৰ চাহ বাগিচা এলেকাৰ ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোক সকলৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত কোভিড ১৯ ৰ টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।উল্লেখযোগ্য যে এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হব।জিলা প্ৰশাসনে এইক্ষেত্ৰ ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
No comments:
Post a Comment
Welcome Northeast News India