Wednesday, 9 June 2021

কবি, গল্পকাৰ তথা এজন স্বাস্থ্য কৰ্মী পঙ্কজ সভাপণ্ডিতৰ এক আহ্বান।

09 Jun, 2021

*লখিমপুৰৰ স্বাস্থ্য কৰ্মী ৰাইজলৈ আহ্বান* Date :- 9/6/21

## কবি, গল্পকাৰ তথা এজন স্বাস্থ্য কৰ্মী পঙ্কজ সভাপণ্ডিতৰ এক আহ্বান।

## স্বাস্থ্য কৰ্মী হিচাপে বিগত বৰ্ষ পৰা পঙ্কজ সভাপণ্ডিতে কৰো'ণা সময়ত যথেষ্ট কষ্ট কৰাৰ ওপৰিও বিভিন্নজনক মাক্স,ছেনিটাইজাৰ আদি বিতৰণ কৰিও সহায় কৰিছে।

## লখিমপুৰত বত্তৰ্মানেও দ্ৰুতগতিত বৃদ্ধি পাই আহিছে কৰো'ণা ৰোগী সংখ্যা।

## আজিলৈ লখিমপুৰত মৃত্যু হৈছে ৫৪ জন লোকৰ।

## সেয়েহে এক সজাগতা মুলক আহ্বান পঙ্কজ সভাপণ্ডিতৰ।

## আঁউশি আন্ধাৰ আতৰি এদিন জোনাক আহিবই।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...