09 Jun, 2021
গোহাৰী
ইং ১৭/০৪/২০২১ ৰ তাৰিখৰ পৰা ইং ২২/০৪/২০২১ তাৰিখ লৈকে নগাওঁ জিলাৰ যিসকল নাগৰিকে Covaxin ৰ প্ৰথম পালি টীকা গ্ৰহণ কৰিছিল সেইসকল ব্যক্তিক অহা ইং ১০/০৬/২০২১ আৰু ১১/০৬/২০২১ তাৰিখে হয়বৰ গাওঁ উচ্চ মাধ্যমিক বিদ্যালয় আৰু ডছন উচ্চ মাধ্যমিক বিদ্যালয়ত দ্বিতীয় পালি টীকা প্ৰদান কৰা হব। উক্ত প্ৰতিটো কেন্দ্ৰত টীকা গ্ৰহণ কৰিবলৈ উপস্থিত হোৱা প্ৰথম ৫০০ জন ব্যক্তিক দ্বিতীয় পালি টীকা প্ৰদান কৰা হব। ইং ২২/০৪/২০২১ তাৰিখৰ পিছত টীকা গ্ৰহন কৰা ব্যক্তিৰ বাবে পৰৱৰ্তী টিকাকৰণ সূচী বিভিন্ন মাধ্যমৰ জৰিয়তে ৰাইজক অৱগত কৰা হব।
■টিকাকৰণৰ সূচী:
১০/০৬/২০২১ আৰু ১১/০৬/২০২১
■টীকা প্ৰদান কৰাৰ সময়:
পুৱা ৯ বজাৰ পৰা বিয়লি ২ বজালৈ।
■হিতাধিকাৰীৰ সংখ্যা:
প্ৰতিদিনে প্ৰতিটো কেন্দ্ৰত ৫০০ জন
Directorate of Information and Public Relations, Assam
Nagaon District Administration
National Health Mission Nagaon
No comments:
Post a Comment
Welcome Northeast News India