Wednesday, 14 April 2021

অগ্নিকাণ্ডত সম্পূৰ্ণ ভাবে ভস্মীভূত হল যাত্ৰী নামৰ এখন হোটেল।

 14 April, 2021


*Lakhimpur ASTC Fire* Date :- 14/4/21


## লখিমপুৰত উৰুকাৰ নিশা  ASTC ত বিধংশী অগ্নিকাণ্ড।


## অগ্নিকাণ্ডত সম্পূৰ্ণ ভাবে  ভস্মীভূত হল যাত্ৰী নামৰ  এখন  হোটেল।



## হোটেলখনৰ ক্ষয় - ক্ষতি প্ৰায় ডেৰ লক্ষাধিক টকা  বুলি জানিবলৈ দিছে হোটেলৰ স্বত্তাধীকাৰী দিগন্ত দাসে।


## পৰবৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন কৈ বাহনে অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও হোটেল খনৰ প্ৰায় সকলো বস্তু সম্পূৰ্ণ ৰূপে জ্বলি ছায় হয় যায়।


## অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে  কাষতে থকা অসম ৰাজ্যিক পৰিবহন নিগমৰ  ডিপোটোৰ  লগতে আন কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ‌।


 ## অগ্নিকাণ্ডটো কেনেদৰে সংঘতিত হয় এতিয়ালৈকে পুহৰলৈ অহা নাই  যদিও অগ্নিকাণ্ডৰ ঘটনা ৰহস্যজনক। 


##  ঘটনাৰ  সন্ধভত উত্তৰ লখিমপুৰ সদৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই মূহুৰ্তলৈ অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত কোনো ধৰণৰ সুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই লখিমপুৰ আৰক্ষীয়ে।

Byte :-


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

লখিমপুৰ গৰু বিহু

 14 April,2021


*লখিমপুৰ গৰু বিহু


* Date :- 14/4/21


## আজি গৰু বিহু, সমগ্ৰ  ৰাজ্যৰ লগতে লখিমপুৰৰ সোৱণশিৰী নৈৰ ঘাগৰ ঘাটত গৰু বিহু উদযাপন কৰা হয় ।


## পৰম্পৰা ৰক্ষা কৰি কৃষি জীৱি পৰিয়ালৰ লোকে সোৱণশিৰি নদীৰ পাৰত  গৰুক  নোৱাই ধোঁৱাই সমূহীয়া ভাবে পালন কৰিলে গৰু বিহু ।


## গৰু ধোঁৱাৰ পাছতে কিশোৰ-কিশোৰী ,  জীয়ৰী বোৱাৰী লগতে বৃদ্ধ -বনিতা  সকলোৱে  পালন কৰে বিহু ।


## বৃহত্তৰ লখিমপুৰ  কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আৰু মহাইজানবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা সমূহীয়া গৰু  বিহুত অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থইষ্ট নিউজ ইণ্ডিয়া

Tuesday, 13 April 2021

গোলাঘাটৰ শান্তি আলয়ত বহাগৰ আৰম্ভণিতেই আহিল বিহুৰ পৰিবেশ

 13 April, 2021


গোলাঘাটৰ শান্তি আলয়ত বহাগৰ আৰম্ভণিতেই আহিল বিহুৰ পৰিবেশ



গোলাঘাটৰ শান্তি আলয়ত বহাগৰ আৰম্ভণিতেই আহিল বিহুৰ পৰিবেশ ৷ মঙলবাৰে গোলাঘাটৰ নাওশলীয়া যুৱক ৰিতুপন গগৈয়ে নিজৰ ২৯ তম জন্ম দিৱসটো কেক কাতি পালন কৰিলে আইতা সকলৰ মাজত ৷ গোলাঘাটৰ পুৰণা আমোলাপট্টিত থকা বৃদ্ধাশ্ৰম শান্তি আলয়ত বিহুমাৰি অতি উলহ মালহেৰে  ৰিতুপনে জন্মদিনৰ দিনটোত আৰ্শীবাদ ললে আইতা সকলৰ পৰা ৷ 


গোলাঘাট পৰা প্ৰকাশ শৰ্মা   ৰিপৰ্ত  নৰ্থইষ্ট নিউজ ইণ্ডিয়া

13 April, 2021Covid Update Assam Revised SoP as on 13/04/2021NORTHEAST NEWS INDIA

13 April, 2021

Covid Update Assam 

Revised SoP as on 13/04/2021

NORTHEAST NEWS INDIA

13 April, 2021District wise Weather Warning NORTHEAST NEWS INDIA

13 April, 2021

District wise Weather Warning�

NORTHEAST NEWS INDIA

Covid Update Assam

13 April, 2021

Covid Update Assam  

Covid19 Assam and actions taken as on 12/04/2021.

NORTHEAST NEWS INDIA

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।