Wednesday, 14 April 2021

লখিমপুৰ গৰু বিহু

 14 April,2021


*লখিমপুৰ গৰু বিহু


* Date :- 14/4/21


## আজি গৰু বিহু, সমগ্ৰ  ৰাজ্যৰ লগতে লখিমপুৰৰ সোৱণশিৰী নৈৰ ঘাগৰ ঘাটত গৰু বিহু উদযাপন কৰা হয় ।


## পৰম্পৰা ৰক্ষা কৰি কৃষি জীৱি পৰিয়ালৰ লোকে সোৱণশিৰি নদীৰ পাৰত  গৰুক  নোৱাই ধোঁৱাই সমূহীয়া ভাবে পালন কৰিলে গৰু বিহু ।


## গৰু ধোঁৱাৰ পাছতে কিশোৰ-কিশোৰী ,  জীয়ৰী বোৱাৰী লগতে বৃদ্ধ -বনিতা  সকলোৱে  পালন কৰে বিহু ।


## বৃহত্তৰ লখিমপুৰ  কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আৰু মহাইজানবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা সমূহীয়া গৰু  বিহুত অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...