Tuesday, 13 April 2021

গোলাঘাটৰ শান্তি আলয়ত বহাগৰ আৰম্ভণিতেই আহিল বিহুৰ পৰিবেশ

 13 April, 2021


গোলাঘাটৰ শান্তি আলয়ত বহাগৰ আৰম্ভণিতেই আহিল বিহুৰ পৰিবেশ



গোলাঘাটৰ শান্তি আলয়ত বহাগৰ আৰম্ভণিতেই আহিল বিহুৰ পৰিবেশ ৷ মঙলবাৰে গোলাঘাটৰ নাওশলীয়া যুৱক ৰিতুপন গগৈয়ে নিজৰ ২৯ তম জন্ম দিৱসটো কেক কাতি পালন কৰিলে আইতা সকলৰ মাজত ৷ গোলাঘাটৰ পুৰণা আমোলাপট্টিত থকা বৃদ্ধাশ্ৰম শান্তি আলয়ত বিহুমাৰি অতি উলহ মালহেৰে  ৰিতুপনে জন্মদিনৰ দিনটোত আৰ্শীবাদ ললে আইতা সকলৰ পৰা ৷ 


গোলাঘাট পৰা প্ৰকাশ শৰ্মা   ৰিপৰ্ত  নৰ্থইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...