02 April, 2021
BREAKING NEWS
Covid19 Assam and actions taken as on 01/04/2021.
NORTHEAST NEWS INDIA
31 March, 2021
*লখিমপুৰ ভাগৱত পাঠ* Date :- 31/3/21
## লখিমপুৰ জিলা গোপীনগৰ শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰত সাত দিনিয়াকৈ আয়োজন কৰা হয় ভাগৱত পাঠৰ অনুষ্ঠান।
## যোৱা ২৬তাৰিখৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ ২ তাৰিখে সামৰণি পৰিব।
## অনুষ্ঠানত শ্ৰীমদ্ভাগৱত পাঠ কৰে দিলীপ ঘোচে।
## পাঠক দিলীপ ঘোচ দেৱে ভাগৱত পাঠৰ লগতে ভাঙনিও কৰে।
## ইয়াৰ পৰৱৰ্তী সময়ত প্ৰশাদ বিতৰণৰ হোৱাৰ পাছতেই এই অনুষ্ঠানৰ সামৰনি পৰে।
## এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ বিশ্বতে সুখ, শান্তি, সম্পিৰ্তি অটুট ৰখাৰ কামনা কৰিছে উদ্দোগতা সকলে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...