Wednesday, 31 March 2021

লখিমপুৰ ভাগৱত পাঠ* Date :- 31/3/21

 31 March, 2021


*লখিমপুৰ ভাগৱত পাঠ* Date :- 31/3/21



## লখিমপুৰ জিলা গোপীনগৰ শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰত সাত দিনিয়াকৈ আয়োজন কৰা হয় ভাগৱত পাঠৰ অনুষ্ঠান।


## যোৱা ২৬তাৰিখৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ ২ তাৰিখে সামৰণি পৰিব।


## অনুষ্ঠানত শ্ৰীমদ্ভাগৱত পাঠ কৰে দিলীপ ঘোচে।


## পাঠক দিলীপ ঘোচ দেৱে ভাগৱত পাঠৰ লগতে ভাঙনিও কৰে।


## ইয়াৰ পৰৱৰ্তী সময়ত প্ৰশাদ বিতৰণৰ হোৱাৰ পাছতেই এই অনুষ্ঠানৰ সামৰনি পৰে।


## এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ বিশ্বতে সুখ, শান্তি,  সম্পিৰ্তি অটুট ৰখাৰ কামনা কৰিছে উদ্দোগতা সকলে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...