Thursday, 1 April 2021

সেই মানৱ জাতি, এই পৃথিবীত সকলো জীৱৰ সম অধিকাৰ আছে।

01 April, 2021

সেই মানৱ জাতি, এই পৃথিবীত সকলো জীৱৰ সম অধিকাৰ আছে। 

কোনো জীৱ নিজৰ কৰ্মত সৰু নহয়। প্ৰতেকে সমান। 

সকলো জীৱৰ গঠন পণালী বেলেগ বেলেগ।

 প্ৰতেক জীৱৰে এই পৃথিবীত বহোত বৰঙণি আছে।

 সকলো মিলিত হৈ এই পৃথিবী সৃষ্টি হৈছে। সকলোৰ আশা আকাংশা আছে। 

আমি নিজৰ স্বাৰ্থ কাৰণে অন্য জীৱক নিধন কৰি আমাৰ স্বাৰ্থ পূৰণ কৰো। 

সকলো জীৱ নিজৰ নিজৰ ধৰ্ম প্ৰালন কৰিছে। 

আমি একমাত্র জীৱ, মানুহ যি নেকি আমাৰ নিজৰ ধৰ্ম পাহৰি গৈছো। 

নিজৰ লোভ, মোহ, কাম, ক্ৰোধ ৰ বশবতী হৈ, অন্য জীৱৰ তুলনাত একেবাৰে তললৈ গৈছো। 

মানুহে নিজেই কয়, জীৱ চেষ্ট মানুহ। কিন্তু নিজকে এবাৰ পশ্ন কৰক,
সচাঁকে হয় জানো জীৱ চেষ্ট? 

এটা কথা থিক, যি দিনা এই পৃথিবীৰ পৰা প্ৰকৃতিৰ অৱদান সমূহ নাইকিয়া হব,আন আন জীৱ, জন্তু, গছ গছনি, সেই দিনাই মানৱ  জাতিৰ পৃথিবীৰ পৰা চিৰ দিনৰ বাৱে অবসান ঘটিৱ।। 

আহক সময় থাকোতে সকলোৱে, পৃথিবীৰ সকলো অৱদানক  সম অধিকাৰ প্ৰদান কৰক। 

ধন্যবাদ। 

মাধৱ গগৈ। 
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...