Friday, 26 March 2021
ই ভি এম আৰু ভোটগ্ৰহনৰ সামগ্ৰী লৈ নিজ নিজ কেন্দ্ৰত উপস্থিত ভোটগ্ৰহনকাৰী দল
ভোটগ্ৰহণ কেন্দ্ৰলৈ ইভিএম নিয়াৰ সময়তে আজি গোলাঘাটৰ পুলিবৰ হাইস্কুলৰ ফিল্ডত এক অবাঞ্চিত ঘটনা সংঘটিত হয়
26 March, 2021
ভোটগ্ৰহণ কেন্দ্ৰলৈ ইভিএম নিয়াৰ সময়তে আজি গোলাঘাটৰ পুলিবৰ হাইস্কুলৰ ফিল্ডত এক অবাঞ্চিত ঘটনা সংঘটিত হয়
৷
৯৬ নং খুমটাই সমষ্টিৰ ভোত কেন্দ্ৰ সমূহলৈ গাড়ীৰ যোগে ভোতিংমেচিন সমূহ প্ৰেৰণ কৰা সময়তে খুমটাইৰ আৰক্ষী চকীৰ বিষয়া ৰঞ্জিত শইকীয়া হঠাতে ফিল্ডতেই ঢ়লিপৰে ৷ তেওক লগেলগে গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ সম্প্ৰতি তেওক আই চি ইউত ভৰ্ত্তি কৰোৱা হৈছে ৷ :: ::
প্ৰকাশ শৰ্মা গোলাঘাট
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
২৭ মাৰ্চত হবলগা প্ৰথমপয্যায়ৰ ভোট গ্ৰহণৰ বাবে আজি
26 March, 2021
২৭ মাৰ্চত হবলগা প্ৰথমপয্যায়ৰ ভোট গ্ৰহণৰ বাবে আজি
৯৫ নং গোলাঘাট আৰু ৯৬ নং খুমটাই সমষ্টিৰ ভোটকেন্দ্ৰ সমূহলৈ নিযোজিত বিষয়া কৰ্মচাৰীসকল ৰাওনা হৈছে ৷জিলা প্ৰশাসনে সু পৰিকল্পিত ভাবে গোলাঘাটৰ
বগৰিজেং ফিল্ড আৰু পুলিবৰ হাইস্কুলৰ ফিল্ডৰ পৰা দুয়োটা সমষ্টিৰ ভোত কেন্দ্ৰ সমূহলৈ গাড়ীৰ যোগে ভোতিংমেচিন সমূহ প্ৰেৰণ কৰা দেখা গৈছে ৷ অৱশ্যে এই ব্যৱস্থাতো সামাণ্য ক্ৰতি ৰৈ যোৱাবুলি এজন বিষয়াই মন্তব্য কৰিলে ::
প্ৰকাশ শৰ্মা গোলাঘাট
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Thursday, 25 March 2021
বিধানসভা নিৰ্বাচনৰ বাবে গোলাঘাট জিলা প্রশাসনৰ প্রস্তুতি সম্পূর্ণ
গোলাঘাটৰপৰা প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন ৷নিৰ্বাচন সম্পৰ্কীয় বিষয়লৈ গোলাঘাটৰ জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোডীৰ সংবাদমেল
25 March, 2021
গোলাঘাটৰপৰা প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন ৷নিৰ্বাচন সম্পৰ্কীয় বিষয়লৈ গোলাঘাটৰ জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোডীৰ সংবাদমেল
প্ৰকাশ শৰ্মা গোলাঘাট
নৰ্থইষ্ট নিউজ ইণ্ডিয়া
Wednesday, 24 March 2021
বসন্তৰ আগমনৰ আগজাননী বিৰিখৰ কঁহী পাতে আনিছে বহাগৰ বতৰা
24 March, 2021
বসন্তৰ আগমনৰ আগজাননী বিৰিখৰ কঁহী পাতে আনিছে বহাগৰ বতৰা
বিহু বিহু লাগিছে অসমীয়াৰ মনত ৷ ডেকা গাভৰুও সাজু হৈছে বহাগক আদৰিবলৈ ৷ পৰম্পৰা ৰক্ষা কৰি মৰঙিৰ পংকা গাৱঁত সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ সহযোগত চ’ত মাহৰ দ্বিতীয় বুধবাৰ অৰ্থাৎ আজিৰ দিনটোত তৰাচিৰা বিহু উদযাপন কৰে ৷ মৰঙিৰ পংকা গাৱঁৰ সপ্তশ্বহীদ সমন্বয় ক্ষেত্ৰত বিভিন্ন কাৰ্যসুচীৰে তৰাচিৰা বিহু উদযাপন কৰাৰ লগতে ঠেঙাল কছাৰী জনজাতিৰ পৰম্পৰাগত সাংস্কৃতিক কাৰ্যসুচী অনুষ্ঠিত কৰে৷
কল্পনা ফুকনৰ ৰিপৰ্ট গোলাঘাট ৷
নৰ্থইষ্ট নিউজ ইণ্ডিয়া
24 March, 2021 বিশ্ব যক্ষ্মা দিৱস পালন
24 March, 2021
বিশ্ব যক্ষ্মা দিৱস পালন
-----------==---------------------
সমগ্ৰদেশ জুৰি যক্ষ্মা দিবস পালন কৰাৰ লগতে আজি গোলাঘাট জিলা স্বাস্থ্যবিভাগৰ উদ্যোগত এই দিৱস পালন কৰা হয় ৷জি এন এম ট্ৰেইনিং চেণ্টাৰত এই উদ্দেশ্যে অনুষ্ঠিত সভাৰ সভাপতিত্ব কৰে স্বাস্থ্যবিভাগৰ যুটীয়া সঞ্চালক ডা° অৰুণচন্দ্ৰ মহন্তই ৷ মুখ্য অতিথিৰূপে দেৰগাৱৰ বিশিষ্ট সাহিত্যিক সুৰেন মোহন হাজৰিকা আৰু বোলচবি প্ৰযোজক দিনেশ গগৈয়ে অংশগ্ৰহণ কৰে ৷ বিশিষ্ট অতিথি ৰূপে জিলা সত্ৰ ও ন্যায়াধীশ নাৰায়ণ কুৰি ; প্ৰৱক্তা °লুকুমণি গোস্বামী ; তৰালী গগৈ ; লেখিকা অপৰাজিতা বৰুৱা ; নিলিমা ফুকন ; ডা°চুৰেন্দ্ৰ নাথ তামুলী উপস্থিত আছিল ৷ আমণ্তিত অতিথি সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোডীৰ সপোন "২০২৫ চনৰ ভিতৰত কিদৰে যক্ষ্মাৰোগ নিৰ্মুল কৰিব পাৰি” সিই বিষয়টোৰ ওপৰত ভাষণ দিয়ে ৷ সভাৰ মাজতেই বিশ্বৰ যক্ষ্মাৰোগৰ ভয়াবহতা“ বিষয়ক ৰচনাকৰা এখন বাটৰনাট প্ৰদৰ্শন কৰা হয় ৷ জিলা যক্ষ্মাৰোগ বিষয়া ডা°সুনিতা এক্কাই আতঁধৰা এই সমৰ্গ্ৰ অনুষ্ঠানৰ মাজতেই য্ক্ষ্মাৰ পৰা আৰোগ্য লাভকৰা দহ গৰাকী লোকক সম্বদ্ধনা জনোৱা হয় ৷ সভাৰ শেষত ডা° সুণিতা এক্কাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰে ৷ ::::
প্ৰকাশ শৰ্মা গোলাঘাট
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...