Friday, 19 March 2021
গোলাঘাট কোষাগাৰত স্থাপন কৰা ষ্ট্ৰঙ ৰুমত ৰখা হৈছে পষ্টেল বেলটখুমটাইত ৪৪৯জনে দিলে পষ্টেল বেলটযোগে ভোট, ৭৬ জন বিশেষভাৱে সক্ষম আৰু ৩৭৩জন ৮০ বছৰ বয়সৰ উৰ্ধৰ
Thursday, 18 March 2021
কাৰ দোষত বাইক-গাড়ী চুৰি হয় ৷ চাওক আমাৰ সাংবাদিক প্ৰকাশ শৰ্মাই প্ৰেৰণ কৰা এস্ক্লুচিভ দৃশ্য ৷
18 March, 2021
কাৰ দোষত বাইক-গাড়ী চুৰি
হয় ৷ চাওক আমাৰ সাংবাদিক প্ৰকাশ শৰ্মাই প্ৰেৰণ কৰা এস্ক্লুচিভ দৃশ্য ৷
দুচকীয়া অথবা চাৰিচকীয়া বাহন চুৰিহলে সাধাৰণতে আৰক্ষী দুৰ্বলতাৰ কথা কোৱা হয় কিন্ত এনে বাহনৰ মালিকৰ অসাবধানতাও এনে অবাঞ্চিত ঘটনাৰ এক কাৰক ৷ আজি গোলাঘাটৰ মাজমজিয়াৰ বাটা চাৰ্কোলৰ ওচৰত এজন যুৱকে বাইকখনত চাবি লগাই এৰিথৈ যায় ৷ এইদৃশ্য দেখাপাই দায়িত্বত থকা ট্ৰেফিক আৰক্ষীৰ লোকে প্ৰায় দুইঘণ্টা ধৰি বাইকখন ৰখি থাকিবলগা হয় অৱশ্যে বহু সময়ৰ মুৰত বাইকৰ মালিকে বাইকখন লৈ যায় ৷
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
গোলাঘাট আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱা এখন দ্ৰোণ উদ্ধাৰ কৰে ৷
18 March, 2021
গোলাঘাট আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱা এখন দ্ৰোণ উদ্ধাৰ কৰে ৷
গোলাঘাটৰ মইনাপাৰাৰ এজনলোকে তেওৰ ঘৰৰ বাহনিৰ ওপৰত লাগিথকা দ্ৰোণখন বাহগছৰ ওপৰৰ পৰা নমায় আনে ৷ আৰক্ষীয়ে এই বিষয়ে জানিবপাৰি দ্ৰোণ খন লৈ আহে ৷ আৰু উপযুক্ত প্ৰমাণ দি দ্ৰোণখন মালিকে থানাৰপৰা লৈ যাবলৈ আহ্বান জনায় ৷ ::
প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া
গোলাঘাট নিৰ্বাচন জিলাত বিশেষভাৱে সক্ষম, ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতা আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাৰ পষ্টেল বেলটযোগে ভোটগ্ৰহণ আৰম্ভখুমটাইত ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হ'ল পষ্টেল বেলট
Wednesday, 17 March 2021
সংবাদ মাধ্যমকে ধৰি অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোকসকলৰ বাবে কাইলৈ পষ্টেল বেলটযোগে ভোটগ্ৰহন
গোলাঘাট নিৰ্বাচন জিলাত কাইলৈ বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাৰ পষ্টেল বেলটযোগে ভোটঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হ'ব পষ্টেল বেলট
ভোটাৰৰ অভিযোগ গ্ৰহণৰ বাবে গোলাঘাটত নিয়ন্ত্ৰণ কক্ষ স্থাপন
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...