Thursday, 18 March 2021

কাৰ দোষত বাইক-গাড়ী চুৰি হয় ৷ চাওক আমাৰ সাংবাদিক প্ৰকাশ শৰ্মাই প্ৰেৰণ কৰা এস্ক্লুচিভ দৃশ্য ৷

 18 March, 2021


কাৰ দোষত বাইক-গাড়ী  চুৰি

 হয় ৷ চাওক আমাৰ সাংবাদিক প্ৰকাশ শৰ্মাই প্ৰেৰণ কৰা এস্ক্লুচিভ দৃশ্য ৷ 



দুচকীয়া অথবা চাৰিচকীয়া বাহন চুৰিহলে সাধাৰণতে আৰক্ষী দুৰ্বলতাৰ কথা কোৱা হয় কিন্ত এনে বাহনৰ মালিকৰ অসাবধানতাও এনে অবাঞ্চিত ঘটনাৰ এক কাৰক ৷ আজি গোলাঘাটৰ মাজমজিয়াৰ বাটা চাৰ্কোলৰ ওচৰত এজন যুৱকে বাইকখনত চাবি লগাই এৰিথৈ যায় ৷ এইদৃশ্য দেখাপাই  দায়িত্বত থকা ট্ৰেফিক আৰক্ষীৰ লোকে প্ৰায় দুইঘণ্টা ধৰি বাইকখন ৰখি থাকিবলগা হয় অৱশ্যে বহু সময়ৰ মুৰত বাইকৰ মালিকে বাইকখন লৈ যায় ৷


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...