19 March, 2021
নিৰ্বাচনলৈ সম্পূৰ্ণৰূপে সাজু গোলাঘাট জিলা প্ৰশাসন ৷
উপায়ুক্ত বিভাসচন্দ্ৰ মোডীয়ে সাংবাদিক প্ৰকাশ শৰ্মাৰ কেমেৰাৰ আগত জনালে সবিস্তাৰে ৷ ::::
প্ৰকাশ শৰ্মা গোলাঘাট
নৰ্থইষ্ট নিউজ ইণ্ডিয়া
19 March, 2021
নিৰ্বাচনলৈ সম্পূৰ্ণৰূপে সাজু গোলাঘাট জিলা প্ৰশাসন ৷
প্ৰকাশ শৰ্মা গোলাঘাট
নৰ্থইষ্ট নিউজ ইণ্ডিয়া
19 March, 2021
গোলাঘাট জিলা উপায়ুক্ত কায্যালয়ৰ সন্মুখতে আজি এক ধৰ্না কায্যসূচে ৰূপায়ন কৰে বহুসংখ্যক মহিলাই ৷
মাইক্ৰ’ফাইনেঞ্চ ঋণ মাফ কৰিব বুলি বিজেপি দলৰ চৰকাৰৰ প্ৰভাৱশালী মণ্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই ঘোষণা কৰি লগতে ঋণ লোৱা মহিলা সকলক আশ্বাস দিছিল যে কোনো মাইক্ৰফাইনেঞ্চৰ লোকে ঋণৰ ধন পৰিশোধৰ বাবে কাৰো ঘৰলৈ গৈ ঋণ পৰিশোধৰবাবে হেচা দিব নোৱাৰিব ৷ কিন্ত কায্যত সেই ঘোষণাক অৱজ্ঞা কৰিলে মাইক্ৰফাইনেঞ্চয়ে ৷ চৰকাৰি মণ্ত্ৰীৰ ঘোষণা কায্যকৰী নোহেৱাত আজি গোলাঘাট জিলা উপায়ুক্তৰ কায্যালয়ত ঋণ মাফৰ আবেদন কৰিবলৈ অহা মহিলা সকলৰ আবেদন গ্ৰহণ নকৰিলে ৷ নিৰ্বাচনী অধিসূচনাৰ বাবে উপায়ুকই এই আবেদনৰ বিষয়টো স্থগিত ৰাখিছিল ৷ কিন্ত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলা সকলে এই কথা মানি নলৈ উপায়ুক্তৰ কায্যালয়ৰ সন্মুখত ধৰ্ণাৰে উত্তাল কৰিলে ৷ ::
প্ৰকাশ শৰ্মা গোলাঘাট
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
18 March, 2021
কাৰ দোষত বাইক-গাড়ী চুৰি
হয় ৷ চাওক আমাৰ সাংবাদিক প্ৰকাশ শৰ্মাই প্ৰেৰণ কৰা এস্ক্লুচিভ দৃশ্য ৷
দুচকীয়া অথবা চাৰিচকীয়া বাহন চুৰিহলে সাধাৰণতে আৰক্ষী দুৰ্বলতাৰ কথা কোৱা হয় কিন্ত এনে বাহনৰ মালিকৰ অসাবধানতাও এনে অবাঞ্চিত ঘটনাৰ এক কাৰক ৷ আজি গোলাঘাটৰ মাজমজিয়াৰ বাটা চাৰ্কোলৰ ওচৰত এজন যুৱকে বাইকখনত চাবি লগাই এৰিথৈ যায় ৷ এইদৃশ্য দেখাপাই দায়িত্বত থকা ট্ৰেফিক আৰক্ষীৰ লোকে প্ৰায় দুইঘণ্টা ধৰি বাইকখন ৰখি থাকিবলগা হয় অৱশ্যে বহু সময়ৰ মুৰত বাইকৰ মালিকে বাইকখন লৈ যায় ৷
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
18 March, 2021
গোলাঘাট আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱা এখন দ্ৰোণ উদ্ধাৰ কৰে ৷
গোলাঘাটৰ মইনাপাৰাৰ এজনলোকে তেওৰ ঘৰৰ বাহনিৰ ওপৰত লাগিথকা দ্ৰোণখন বাহগছৰ ওপৰৰ পৰা নমায় আনে ৷ আৰক্ষীয়ে এই বিষয়ে জানিবপাৰি দ্ৰোণ খন লৈ আহে ৷ আৰু উপযুক্ত প্ৰমাণ দি দ্ৰোণখন মালিকে থানাৰপৰা লৈ যাবলৈ আহ্বান জনায় ৷ ::
প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...