Friday, 19 March 2021

গোলাঘাট জিলা উপায়ুক্ত কায্যালয়ৰ সন্মুখতে আজি এক ধৰ্না কায্যসূচে ৰূপায়ন কৰে বহুসংখ্যক মহিলাই ৷

 19 March, 2021


গোলাঘাট জিলা উপায়ুক্ত কায্যালয়ৰ সন্মুখতে আজি এক ধৰ্না কায্যসূচে ৰূপায়ন কৰে বহুসংখ্যক মহিলাই ৷



 মাইক্ৰ’ফাইনেঞ্চ ঋণ মাফ কৰিব বুলি বিজেপি দলৰ চৰকাৰৰ প্ৰভাৱশালী মণ্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই ঘোষণা কৰি লগতে ঋণ লোৱা মহিলা সকলক আশ্বাস দিছিল যে কোনো মাইক্ৰফাইনেঞ্চৰ লোকে ঋণৰ ধন পৰিশোধৰ বাবে কাৰো ঘৰলৈ গৈ ঋণ পৰিশোধৰবাবে হেচা দিব নোৱাৰিব ৷ কিন্ত কায্যত সেই ঘোষণাক অৱজ্ঞা কৰিলে মাইক্ৰফাইনেঞ্চয়ে ৷ চৰকাৰি মণ্ত্ৰীৰ ঘোষণা কায্যকৰী নোহেৱাত আজি গোলাঘাট জিলা উপায়ুক্তৰ কায্যালয়ত ঋণ মাফৰ আবেদন কৰিবলৈ অহা মহিলা সকলৰ আবেদন গ্ৰহণ নকৰিলে ৷ নিৰ্বাচনী অধিসূচনাৰ বাবে উপায়ুকই এই আবেদনৰ বিষয়টো স্থগিত ৰাখিছিল ৷ কিন্ত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা  মহিলা সকলে এই কথা মানি নলৈ উপায়ুক্তৰ কায্যালয়ৰ সন্মুখত ধৰ্ণাৰে উত্তাল কৰিলে ৷ :: 


প্ৰকাশ শৰ্মা গোলাঘাট


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...