Wednesday, 17 March 2021
গোলাঘাট নিৰ্বাচন জিলাত এতিয়ালৈকে ১১,৮৫,৭০৫ টকা জব্দ, ২১লাখ টকাতকৈয়ো অধিক মূল্যৰ সুৰা জব্দআদৰ্শ আচৰণ বিধি কোষৰ সক্ৰিয় ভূমিকাৰ বাবেই ২০১৬ চনৰ তুলনাত জব্দ কৰা সুৰা আৰু ধনৰ পৰিমাণ ৫.৫ গুণ অধিক
Tuesday, 16 March 2021
গীতা পাঠ লখিমপুৰ
16 March, 2021
*গীতা পাঠ লখিমপুৰ* Date :- 16/3/21
## লখিমপুৰৰ ঘাৰমৰাত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় শ্ৰীকৃষ্ণ গীতাপাঠ আৰু ব্যাখ্যানুষ্ঠান।
## জীৱ জগতৰ কল্যাণৰ অৰ্থে পূৰ্ৱাঞ্চল মণিকাঞ্চন যুৱ সমাজৰ সৌজন্যত আয়োজন কৰা এই গীতাপাঠ অনুষ্ঠানৰ পুৱা পতাকা উত্তলন কৰে ঘাৰমৰা সত্ৰ ডেকা সত্ৰাধিকাৰ গকুল কৃষ্ণ গোস্বামীয়ে।
## গীতাপাঠ কৰে মাজুলী প্ৰশান্ত বৰুৱা, দীপাংকৰ কাকতি, নৰুত্তম দত্ত আৰু যোৰহাটৰ দীপ কলিতাই।
## গীতাপাঠৰ ব্যাখ্যা কৰে নাৰায়ণপুৰৰ জগত বনিয়া, ধেমাজি হৰিকান্ত দাস, যোৰহাটৰ ৰঞ্জিত বৰা আৰু বিহপুৰীয়া পদ্ম বৰাই।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Monday, 15 March 2021
আজি চ’ত মাহৰ এক তাৰিখ এই দিনটোৰ পৰাই সাতদিন ধৰি ভক্তিৰষত ডুৱযায় সমগ্ৰ মৰঙীবাসী ৰাইজ ৷
15 March, 2021
আজি চ’ত মাহৰ এক তাৰিখ এই দিনটোৰ পৰাই সাতদিন ধৰি ভক্তিৰষত ডুৱযায় সমগ্ৰ মৰঙীবাসী ৰাইজ ৷
ঢ়ুলীয়া গাঁবৰ নামঘৰত প্ৰতিবছৰে আজিৰ দিনটোতেই সাতদিনীয়াকৈ ভগবান ৰাম আৰু একেই অবতাৰ কৃষ্ণৰ ভক্তিৰষত ডুৱয়ায় মৰঙীবাসী ৷ সাত দিনীয়াকৈ পালন কৰা হৈছে অবিৰত ভাগৱত পাঠৰ কায্যসূচী ৷আজি পুৱা নামঘৰৰ সমীপৰপৰা উলিওৱা
সাংস্কৃতিক ধৰ্মীয় সমদলৰ শুভাৰম্ভ পৰে যুৱ উদ্যোগপতি সঞ্জীৱ গগৈয়ে ৷হেজাৰ হেজাৰ ভক্তৰ সহযোগত প্ৰায় তিনিকিলোমিটাৰ জুৰি
শোভায়াত্ৰাকাৰী সকলে ভগবান কৃষ্ণ -ৰামনামেৰে সমগ্ৰ এলেকাটোত ভক্তিৰসত ডুৱ যায় ৷ এই অবিৰত ভাগৱত পাঠৰ কায্যসূচীৰ শেষৰদিনা ২২মাৰ্চৰ নিশা অগ্নিগড় শিল্পী সমাজৰ উদ্যোগত গৰুড়ৰ অমৃত হৰণ ; বিনতৰা দাসত্ত্ব মোচন ভাওনাৰ নাটখন প্ৰদৰ্শন কৰা হব ৷ ::
প্ৰকাশ শৰ্মা নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
গোলাঘাটৰ দহমাইলখুঁটিত দুষ্পাপ্য প্ৰজাতিৰ বন্যপ্ৰানী সহ তিনিজন লোকক আটক।
15 March, 2021
MERAPANI BREAKING
গোলাঘাটৰ দহমাইলখুঁটিত দুষ্পাপ্য প্ৰজাতিৰ বন্যপ্ৰানী সহ তিনিজন লোকক আটক।
ঘিলাধাৰী আৰক্ষীয়ে তালাচী চলাই ১০ টা বিৰল প্ৰাজতিৰ বান্দৰ আৰু দুটা বিৰল প্ৰজাতিৰ চৰাই লগত তিনিজন লোকক আটক। ইম্ফলৰ পৰা চেন্নাইলৈ বুলি অনা এখন এচ ০১ ই এ ৪৭০৭
ইস্কপিঅ' গাড়ীও জব্দ কৰে। আটক কৰা লোক কেইজন তামুলিনাডুৰ অৰ্জুন আগৰৱলা (৩৯), ইম্ফলৰ মহমদ ফাৰুক (২৭ ) মণিপুৰৰ
আইচ খান (৩৫)। উদ্ধাৰ হোৱা বন্যপ্ৰানীসমূহ বাজ্ৰিল আৰু দক্ষিণ আমেৰিকাতহে পোৱা যায় বুলি বন বিভাগৰ সূত্ৰ প্ৰকাশ। বৰ্তমান জামুগুৰি বন বিভাগৰ জিম্মাত বন্যপ্ৰাণী কেইটাসহ আটকাধীন সৰবৰাহকাৰী কেইটা।
প্ৰকাশ শৰ্মা ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷
गोलाघाट में चुनाव ड्यूटी में लापरवाही के लिए दो मतदान कर्मियों को कारण बताओ नोटिस
গোলাঘাটত নিৰ্বাচনী কৰ্তব্যত গাফিলতী কৰাৰ বাবে দুজনলৈ কাৰণ দৰ্শোৱাৰ জাননী
গোলাঘাটত পষ্টেল বেলটযোগে ভোটগ্ৰহন কৰিবলগীয়া বিষয়াসকলক নিকা আৰু নিয়াৰিকৈ ভোটগ্ৰহন সম্পন্ন কৰাৰ নিৰ্দেশ উপায়ুক্তৰ১৮ আৰু ১৯ মাৰ্চত কোৱিড-19 ৰ নীতি-নিৰ্দেশনা মানি কৰা হ'ব ভোটগ্ৰহন
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...