Tuesday, 16 March 2021

গীতা পাঠ লখিমপুৰ

 16 March, 2021


*গীতা পাঠ লখিমপুৰ* Date :- 16/3/21


## লখিমপুৰৰ ঘাৰমৰাত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় শ্ৰীকৃষ্ণ গীতাপাঠ আৰু ব্যাখ্যানুষ্ঠান।


## জীৱ জগতৰ কল্যাণৰ অৰ্থে পূৰ্ৱাঞ্চল মণিকাঞ্চন যুৱ সমাজৰ সৌজন্যত আয়োজন কৰা এই গীতাপাঠ অনুষ্ঠানৰ পুৱা পতাকা উত্তলন কৰে ঘাৰমৰা সত্ৰ ডেকা সত্ৰাধিকাৰ গকুল কৃষ্ণ গোস্বামীয়ে।


## গীতাপাঠ কৰে মাজুলী প্ৰশান্ত বৰুৱা, দীপাংকৰ কাকতি, নৰুত্তম দত্ত আৰু যোৰহাটৰ দীপ কলিতাই।


## গীতাপাঠৰ ব্যাখ্যা কৰে নাৰায়ণপুৰৰ জগত বনিয়া, ধেমাজি হৰিকান্ত দাস, যোৰহাটৰ ৰঞ্জিত বৰা আৰু বিহপুৰীয়া পদ্ম বৰাই।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...