Wednesday, 10 March 2021
গোলাঘাটৰ ধনশিৰি দলঙৰ সমীপত ষ্টেটিক ছাৰ্ভিলেন্স দল আৰু ফ্লায়িং স্কোৱাডৰ দ্বাৰা ১.৯০ লাখ টকা জব্দ
स्टैटिक सर्विलांस टीम ने गोलाघाट में 1.45 लाख रुपये जब्त किए
গোলাঘাটত উপস্থিত নিৰ্বাচনী পৰ্যবেক্ষক
গোলাঘাটৰ দহমাইল খুঁটি ষ্টেটিক ছাৰ্ভিলেন্স দলৰ দ্বাৰা ১.৪৫ লাখ টকা জব্দ
96 খুমটাই নমিনেচন গোলাঘাট।
09 March, 2021
96 খুমটাই নমিনেচন গোলাঘাট।
হাজাৰ হাজাৰ সমৰ্থকেৰে সমদল কৰি মনোনয়ন পত্ৰ দাখিল কৰিলে খুমটাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়াই।
সঞ্জীৱ কুমাৰ প্ৰজাপতি নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Tuesday, 9 March 2021
গোলাঘাটৰ কমাৰবন্ধা মাখন আৰু দেৰগাঁৱৰ নাৰিকলগুৰিৰ মমতাই পোৰোহিতৰ বেদমণ্তৰ মাজত অগ্নিক সাক্ষীকৰি যুগ্মজীৱনৰ পাতনি মেলিলে আঠমাৰ্চৰ দিনা
09 March, 2021
গোলাঘাটৰ কমাৰবন্ধা মাখন আৰু দেৰগাঁৱৰ নাৰিকলগুৰিৰ মমতাই পোৰোহিতৰ বেদমণ্তৰ মাজত অগ্নিক সাক্ষীকৰি যুগ্মজীৱনৰ পাতনি মেলিলে আঠমাৰ্চৰ দিনা
৷ সৰুতেই পৃতি মাতৃ হাৰা মাখনশৰ্মাৰ একমাত্ৰ ককায়েক ৰুদ্ৰকান্ত শৰ্মা শাৰিৰীক ভাবে অক্ষম ব্যক্তি ৷ কিছূদিনৰ পূৰ্বে ৰুদ্ৰৰ পত্নী মীনাদেৱীৰ মৃত্যু ঘটিল ৷ মহিলা নোহোৱা ঘৰখনত এগৰাকী মহিলাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি মাখনে বিয়াকৰোৱাৰ বাবে ছোৱালী পচন্দ কৰিলে দেৰগাঁৱৰ নাৰিকলগুৰিৰ মমতা কটকীক ৷ সৌন্দৰ্যময়ী মমতা সকলো কামকাজতে পাৰ্গত ৷ কিন্ত ভগবানে তেওৰ মুখত নিদিলে মাত কথা ৷ কানেৰেও কমকৈ শুনে ৷ দিব্যাঙ্গ মমতাক জীৱনসংগীনী হিচপে মাখনে পচন্দ কৰাত তেওৰ বংশ পৰিয়ালে বিয়াখন পাতি দিবলৈ প্ৰস্তুতি চলালে ৷ পিতৃ মাতৃহাৰা মমতাৰো এজন ককায়েক মুকবধিৰ ৷ দ’ৰা কইনা দুয়োটা পৰিয়ালকে বংশৰ লোকে সহায় কৰি সোমবাৰে সম্পন্ন কৰিলে মাখন-মমতাৰ বিয়াখন ৷
কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
লখিমপুৰ দিবাঙ্গ শিশুক মূল্যায়ঙ্কন শিবিৰ
09 March, 2021
*লখিমপুৰ দিবাঙ্গ শিশুক মূল্যায়ঙ্কন শিবিৰ
* Date :- 9/3/21
## লখিমপুৰ শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সৌৰভ বৰফুকনৰ তত্বাৱধানত,সৰ্বাত্মক শিক্ষাৰ সমল ব্যক্তি দ্বয় পংকজ হাজৰিকা আৰু দিপক শইকীয়াৰ উদ্যোগত আজি ৰহঢৰা প্ৰাথমিক বিদ্যালয়ত থকা দৈনিক পৰিচৰ্যা কেন্দ্ৰত লখিমপুৰ আৰু নাওবৈছা শিক্ষা খণ্ডৰ মুঠ ৪০জন দিবাঙ্গ শিশুক মূল্যায়ঙ্কন কৰি তেওঁলোকৰ প্ৰয়োজনীয় সহায়ক সঁজুলিৰ বাবে বাচনি কৰা হয়।
## আজি এই শিৱিৰত ALIMCO ৰ এটি অভিজ্ঞ দলে দিবাঙ্গ শিশু সকলৰ মূল্যায়ন কৰে।
## এই অনুষ্ঠানত লখিমপুৰ আৰু নাওবৈছাৰ সমল ব্যক্তি সকল উপস্থিত থাকে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...