Wednesday, 10 March 2021

গোলাঘাটৰ ধনশিৰি দলঙৰ সমীপত ষ্টেটিক ছাৰ্ভিলেন্স দল আৰু ফ্লায়িং স্কোৱাডৰ দ্বাৰা ১.৯০ লাখ টকা জব্দ

10 March, 2021

প্ৰেছ বিজ্ঞপ্তি

গোলাঘাটৰ ধনশিৰি দলঙৰ সমীপত ষ্টেটিক ছাৰ্ভিলেন্স দল আৰু ফ্লায়িং স্কোৱাডৰ দ্বাৰা ১.৯০ লাখ টকা জব্দ

গোলাঘাট, ১০ মাৰ্চ : গোলাঘাট থানাৰ অধীনৰ ধনশিৰি দলঙৰ সমীপৰ পৰা গোলাঘাট নিৰ্বাচনী জিলাত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেন্স দল আৰু ফ্লায়িং স্কোৱাডে এখন চাৰিচকীয়া বাহনৰ পৰা নগদ ১.৯০লাখ টকা জব্দ কৰে । ত্ৰিপুৰাৰ পঞ্জীয়ন নম্বৰ থকা গাড়ীখন লাহৰিজানৰ পৰা গোলাঘাট অভিমুখে আহি আছিল । অনুসন্ধান অব্যাহত আছে ।

গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰচাৰ কোষ


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...